--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভিডিঅ’ Discover GuangZhou নামৰ একাউণ্টৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা হৈছিল আৰু কেপচনত লিখা আছিল, ভাটৌ এটা দন্ত চিকিৎসক হ’ব পাৰেনে? যোৱা ৫ মে’ত চীনৰ ঝেজিয়াং প্ৰদেশত এজন ল’ৰাৰ গাখীৰ দাঁত তেওঁৰ পোহনীয়া ভাটৌটোৱে মাত্ৰ এক চেকেণ্ডতে উভালি পেলাই ৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপক চৰ্চিত হৈছে ৷ 

ভাটৌ এবিধ পোহনীয়া চৰাই যিটো চঞ্চলতা আৰু মানুহৰ অনুকৰণৰ বা নকল কৰাত পাকৈত ৷এনেধৰণৰ বহু ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ পায়, য’ত ভাটৌৱে মানুহৰ মাত অনুকৰণ কৰা দেখা যায়, আৰু কেতিয়াবা মানুহৰ দৰে সম্পূৰ্ণ কথা কয়। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত দেখা গৈছে যে ভাটৌৰ কেৱল অনুকৰণ কৰাতকৈও অধিক বিশেষ ক্ষমতা আছে। য'ত ভাটৌটোৱে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এটি শিশুৰ বেয়া দাঁত উভালি আনিছে ৷ ভাটৌটোৰ এই প্ৰতিভা দেখি অবাক শিশুটি ৷

এই ভাইৰেল ভিডিঅ’ত আপোনাৰ বিশ্বাস নহ’ব যে ভাটৌ এটাই ইমান নিখুঁতভাৱে দাঁত আঁতৰাব পাৰে। এই ভিডিঅ'টোত কপৌটোৱে হুবহু দন্ত চিকিৎসকৰ দৰে কাম কৰা দেখা গৈছে। ইয়াৰ ঠোঁটৰ পৰা দাঁত উলিওৱাৰ ধৰণটো দেখি সকলো আচৰিত হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক