--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ সস্তীয়া সোণ ক’ত পোৱা যায় ? যদি আপোনাৰ মনলৈ ডুবাইৰ নাম আহি আছে তেন্তে আপোনাৰ ধাৰণা একেবাৰে ভুল । আপুনি জানি আচৰিত হ’ব যে কোনখন দেশত বিশ্বৰ সস্তীয়া সোণ উপলব্ধ? 

আচলতে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল ভূটান... হয়, পৃথিৱীৰ আটাইতকৈ সস্তীয়া সোণ এছিয়াৰ দেশ ভূটানত পোৱা যায়, কিন্তু আপুনি জানেনে ভূটানত সস্তা সোণ বিচাৰি পোৱাৰ কাৰণ কি? অৱশ্যে আজি আমি আপোনালোকক জনাম ভূটানত সোণ সস্তা হোৱাৰ কাৰণ।

যদিও ভূটানত সস্তীয়া সোণ পোৱাৰ বহু কাৰণ আছে, কিন্তু আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ভূটানত সোণ কৰমুক্ত। এইটোৱেই আটাইতকৈ ডাঙৰ কাৰণ বুলি বিবেচিত হৈছে। ইয়াৰ বাহিৰেও ভূটানত সোণৰ ওপৰত আমদানি শুল্ক কম। ভূটান আৰু ভাৰতৰ মুদ্ৰাৰ মূল্য প্ৰায় একে। অৱশ্যে যদি আপুনি ভূটানৰ পৰা সোণ কিনাৰ কথা ভাবিছে তেন্তে কিছুমান চৰ্ত মনত ৰাখিব লাগিব। আচলতে সোণ কিনিবলৈ হ’লে পৰ্যটকসকলে ভূটান চৰকাৰৰ প্ৰমাণিত হোটেল এখনত অন্ততঃ এৰাতি থাকিব লাগে।

ইয়াৰ বাহিৰেও পৰ্যটকে সোণ কিনিবলৈ আমেৰিকান ডলাৰ আনিব লগা হয়। পৰ্যটকে বহনক্ষম উন্নয়ন মাচুল (SDF) দিব লাগিব। একে সময়তে ভাৰতীয়ই প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতিদিনে ১২০০-১৮০০ টকা দিব লাগিব। লগতে পৰ্যটকসকলে সোণ কিনিবলৈ ৰচিদ ল’ব লাগিব।

উল্লেখ্য যে ভূটানৰ শুল্কমুক্ত দোকানৰ পৰা শুল্কমুক্ত সোণ ক্ৰয় কৰিব পাৰি। এই দোকানসমূহে সাধাৰণতে বিলাসী সামগ্ৰী বিক্ৰী কৰে আৰু এই সামগ্ৰী বিত্ত মন্ত্ৰালয়ৰ মালিকানাধীন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ