--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ জগতৰ পৰা ওলাই আহিছে এক বেয়া খবৰ। অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিনেত্ৰী আইন্দ্ৰিলা শৰ্মা। তেওঁৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল, তাৰ পিছত তেওঁক খৰখেদাকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, য’ত চিকিৎসকৰ দলে তেওঁৰ অৱস্থাক গুৰুতৰ বুলি অভিহিত কৰিছে।
Cancer survivor Aindrila Sharma on ventilator after getting a stroke -  Times of India
আইন্দ্ৰিলা শৰ্মা হাওৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ হঠাৎ ষ্ট্ৰোক হৈছিল, তাৰপাছত তেওঁৰ মগজুত তেজৰ গোট জমা হৈছে। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। চিকিৎসকে অভিনেত্ৰীগৰাকীক ভেন্টিলেটৰত ৰাখিছে। উল্লেখ্য যে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ যুদ্ধত আইন্দ্ৰিলা শৰ্মা দুবাৰকৈ জয়ী হৈছে।
Aindrila Sharma on ventilator after stroke actress beats cancer twice | Aindrila  Sharma Stroke: दो बार कैंसर को मात दे चुकी एक्ट्रेस कि अब स्ट्रोक से बिगड़ी  तबीयत, अब वेंटिलेटर पर
দ্বিতীয়বাৰৰ বাবে কৰ্কট ৰোগ ধৰা পৰাৰ সময়তো হাৰ মনা নাছিল আইন্দ্ৰিলাই। কৰ্কট ৰোগক জয় কৰি আইন্দ্ৰিলা শৰ্মাই অভিনয়ত পুনৰ প্ৰত্যাৱৰ্তন কৰিছিল যদিও এতিয়া অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে। এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকলো অতি দুখী হৈ পৰিছে।
Happy International Women's Day: Parents should never set gender roles,  says Aindrila Sharma - Times of India
আইন্দ্ৰিলা শৰ্মাৰ অভিনয় জীৱনৰ কথা কবলৈ গ’লে তেওঁ বাংলা চিনেমাত অধিক সক্ৰিয়। টিভি শ্ব’ ঝূমাৰৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ বহু জনপ্ৰিয় অনুষ্ঠানৰ অংশ আছিল। বহু অ’টিটি প্ৰজেক্টৰ অংশ হিচাপে কাম কৰি আহিছে আইন্দ্ৰিলাই। ‘জীৱন জ্যোতি’, ‘জিয়ন কাঠী’ ছবিত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে আইন্দ্ৰিলা শৰ্মাই।













FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement