--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগ গুৰু বাবা ৰামদেৱে কেইবছৰমান আগতে চুলি গজাৰ এক অনন্য উপায় কৈছিল। তেওঁ কৈছিল যে দুয়োখন হাতৰ নখ ঘঁহিলে মূৰৰ চুলিবোৰ বেছি খৰকৈ বাঢ়ে। সঁচাকৈয়ে তেওঁৰ এই দাবীৰ আঁৰত কিবা বৈজ্ঞানিক তথ্য আছে নেকি সকলোৱে জানিবলৈ বিচাৰে। জানো আহক ইয়াৰ আঁৰৰ সত্য কি।

এই আসনৰ লগে লগে তেজৰ যোগান দ্ৰুত হয়

আচলতে যোগত বহু ধৰণৰ আসন আছে। সেই আসনবোৰৰ ভিতৰত এটাৰ নাম বলয়ম আসন। এই আসনে প্ৰতিফলন বিজ্ঞানৰ নীতিৰ ওপৰত কাম কৰে। চিকিৎসা বিশেষজ্ঞৰ মতে আপোনাৰ নখবোৰ ৰক্তবাহী নলীৰ জৰিয়তে মূৰৰ স্নায়ুতন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে। এনে পৰিস্থিতিত দুয়োখন হাতৰ নখ একেলগে ঘঁহিলে (Nail Rubbing) ই তেজৰ যোগান তীব্ৰতৰ কৰি তোলে, যাৰ ফলত মূৰলৈ তেজৰ যোগানো বৃদ্ধি পায় আৰু চুলিৰ বৃদ্ধিত সহায় হয়।

কেৰাটিন প্ৰটিনৰ বিকাশত লাভৱান

বিশেষজ্ঞসকলে কয় যে চুলিৰ বৃদ্ধি কৰ্টিকেল কোষৰ বাবে হয়। এই কোষবোৰ কেৰাটিন নামৰ প্ৰটিনৰ দ্বাৰা গঠিত। নখবোৰ একেলগে ঘঁহিলে (Nail Rubbing) ই কেৰাটিনৰ বৃদ্ধিত সহায় কৰে। যাৰ ফলত কৰ্টিকেল কোষ গঠন হয় আৰু মূৰৰ চুলিবোৰ শক্তিশালী হয়।

এই লোকসকলে নখ ঘঁহিব নালাগে

যোগ গুৰুসকলে কয় যে যদিও এই আসন সকলো মানুহৰ বাবে উপকাৰী, কিন্তু ডায়েবেটিছ ৰোগী আৰু গৰ্ভৱতী মহিলাই এই আসন কৰাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ কাৰণ হ’ল বালায়ম আসন কৰিলে শৰীৰত ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত গৰ্ভাৱস্থাত জৰায়ুৰ সংকোচন হ’ব পাৰে। যিসকল লোকৰ এঞ্জিঅ’গ্ৰাফী বা অস্ত্ৰোপচাৰ কৰা হৈছে তেওঁলোকেও এই আসনটো কৰিব নালাগে। ইয়াৰ বাবেই তেওঁলোকৰ সমস্যা হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক