--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ হয়তো কেতিয়াও ভবা নাছিল তেওঁৰ প্ৰাণ ৰক্ষা পৰিব বুলি। কিন্তু নেদেখা জনৰ কৃপাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিছে। অশান্ত মমইপুৰত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত কোনো মতে প্ৰাণ ৰক্ষা পৰা  বিজেপিৰ কুকি সম্প্ৰদায়ৰ বিধায়ক ভুংজাগিন ভাল্টেক দুমাহৰ পিছত চিকিৎসালয়ৰ পৰা  অব্যাহতি দিয়া হৈছে।

তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা বিধায়কগৰাকীৰ ওপৰত মণিপুৰত চলিছিল প্ৰাণঘাতী আক্ৰমণ। সেই আক্ৰমণত তেওঁৰ গাড়ী চালকজন নিহত হৈছিল।  পৰিয়ালৰ লোকৰ মতে তেওঁক আক্ৰমণ কৰা হৈছিল, মাৰপিট কৰা হৈছিল । 

তেওঁক ৪ মে'ত ইম্ফলত মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ওলাই অহাৰ সময়তে আক্ৰমণ কৰা হৈছিল,  বৈদ্যুতিক শ্বকো দিয়া হৈছিল। ফলত তেওঁৰ শৰীৰ পক্ষাঘাতগ্ৰস্ত হৈছিল। এতিয়া  তেওঁ অলপ কথা ক'বলৈ সক্ষম হৈছে আৰু আনকি অলপ হাঁহিছেও। 

বিধায়কজনক আক্ৰমণ কৰাৰ ঘটনাত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।  যদি  মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা এজন বিধায়কৰেই এনে  অৱস্থা  হয়, তেন্তে ৰাজ্য খনত সাধাৰণ মণিপুৰীসকলৰ অৱস্থা কেনে হ'ব? এয়া এতিয়া বহুতৰে প্ৰশ্ন।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ