--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্ৰুতগতিত গলিছে হিমালয়ৰ হিমবাহ। শেহতীয়া তথ্য অনুসৰি ২০১১ আৰু ২০২০ চনৰ তুলনাত প্ৰায় ৬৫ ​​শতাংশ বেছি হাৰত হিমবাহ গলিব ধৰিছে। মঙলবাৰে এই সকিয়নী প্ৰদান কৰিছে বিজ্ঞানীসকলে। ‘ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্ট’ (ICIMOD)-এ এই হিমবাহৰ বিষয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে। 

উল্লেখ্য যে এই হিমবাহসমূহ প্ৰায় ২৫০ কোটি লোকৰ পানীৰ উৎস। গংগা, সিন্ধু, ব্ৰহ্মপুত্ৰ, মেকং, ইয়েলো, ইৰাৱতীৰ দৰে বৃহৎ নদীসমূহ ইয়াৰ পৰাই উদ্ভূত। এই নদীসমূহে পানী, খাদ্য আৰু বিদ্যুৎ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰি আহিছে। 
আইচিআইএমঅ’ডিৰ উপ-মুখ্য কাৰ্যবাহী ইছাবেলা কোজিয়েলে কয়- ''এছিয়াৰ প্ৰায় ২ কোটি লোকে নিৰ্ভৰ কৰা এই হিমবাহসমূহৰ এই গলিব ধৰাটো চিন্তনীয় বিষয়।’’

ইয়াৰ কাৰণ হিচাপে ক্লাইমেট চেঞ্জ, গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণ বুলিয়ে ধাৰণা কৰা হৈছে।।অৱশ্যে পেৰিছ জলবায়ু চুক্তি অনুসৰি প্ৰাক-ঔদ্যোগিক সময়ৰ ওপৰত ভিত্তি কৰি উষ্ণতা বৃদ্ধি ১.৫ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ৰাখিলেও ২১০০ চনৰ ভিতৰত এক তৃতীয়াংশৰ পৰা আধা হিমবাহ নাইকিয়া হৈ যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে