--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ UPPSC PCSত উত্তীৰ্ণ বাছ কণ্ডাক্টৰৰ পুত্ৰ। বাছ কণ্ডাক্টৰৰ পুত্ৰ প্ৰেম শংকৰ পাণ্ডেকলৈ প্ৰয়াগৰাজত বৈছে আনন্দৰ বন্যা। 

সংগম চহৰ প্ৰয়াগৰাজৰ বেইলী অঞ্চলত বাস কৰা প্ৰেম শংকৰ পাণ্ডে এটা সাধাৰণ পৰিয়ালৰ সন্তান। চৰকাৰী ইণ্টাৰ কলেজত দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল আৰু তাৰ পিছত তেওঁ বায়ুসেনাত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

২০ বছৰ কাম কৰি ২০২১ চনত পুনৰ নিযুক্তি পোৱাৰ পিছত আৰ অ’ পৰীক্ষা দি আৰ অ’ পদৰ বাবে নিৰ্বাচিত হয়। ২০২২ চনৰ পিচিএছৰ সাক্ষাৎকাৰত প্ৰেম শংকৰ উপস্থিত হৈছিল যদিও নিৰ্বাচিত হ’ব পৰা নাছিল। ইয়াৰ পিছত দ্বিতীয়বাৰৰ চেষ্টাত পিচিএছ পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈ এছডিএম হয় প্ৰেম শংকৰ পাণ্ডে।

উল্লেখযোগ্য যে ইউটিউব আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ অধ্যয়ন সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কোচিঙৰ আশ্ৰয় নোলোৱাকৈয়ে এই কৃতিত্ব অৰ্জন কৰিছিল।

বৰ্তমান প্ৰেম শংকৰে পত্নী আৰু কন্যাৰ সৈতে লক্ষ্ণৌত বাস কৰি আছে আৰু তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ পৰিয়াল, পিতৃ-মাতৃ, আৰু বন্ধু-বান্ধৱীৰ সহায়ক দিব বিচাৰে।

পিতৃ বশিষ্ঠ নাৰায়ণ পাণ্ডেই বাছ কণ্ডাক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে মাতৃ কৃষ্ণা পাণ্ডে এগৰাকী গৃহিণী। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে বুলি বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক