--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ১৭ জনীয়া দলটো ঘোষণা কৰিছে ভাৰতে। দেশৰ মাটিত হ’বলগা এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এই দলটো বাছনি কৰা হৈছে। ভাৰতীয় দললৈ উভতি আহিছে দুগৰাকী ক্ৰিকেটাৰ শ্ৰেয়াছ আয়েৰ আৰু লোকেশ ৰাহুল। দলৰ নতুন মুখ তিলক ভাৰ্মা। ৰিজাৰ্ভ ক্ৰিকেটাৰ হিচাপে ৰখা হৈছে সঞ্জু চেমছনক।

সোমবাৰে বিচিচিআইৰ বাছনি সমিতিৰ বৈঠক। পাঁচজন নিৰ্বাচকৰ উপৰিও দলীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত তাত উপস্থিত থাকে। বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীৰ এজন বিষয়াও আছিল। আহত ক্ৰিকেটাৰসকলৰ শাৰীৰিক অৱস্থাৰ তথ্য তেওঁ দিয়ে। পিছত আগৰকাৰ আৰু ৰোহিতে সংবাদমেলযোগে দলটোৰ কথা ঘোষণা কৰে।

ভাৰতৰ ১৭ জনীয়া দলটো : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শুবমান গিল, লোকেশ ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ, হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, ঈশান কিষাণ (উইকেটকীপাৰ), অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, সূৰ্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, সঞ্জু চেমচন (ৰিজাৰ্ভ)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক