--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫৭ বছৰীয়া খৰাং ভাঙিব নোৱাৰিলে ইংলেণ্ডে। ফিফাৰ ৰেংকিঙৰ পৰা অভিজ্ঞতালৈকে স্পেইনতকৈ আগবাঢ়ি থাকিলেও খেলপথাৰত বিজয় সাব্যষ্ট কৰিব নোৱাৰিলে ইংলিছ বাহিনীয়ে৷ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ফিফা মহিলা বিশ্বকাপৰ বিজয়ী হ’ল স্পেইন৷

২৩ বছৰীয়া অধিনায়ক অলগা কাৰ্মোনাৰ গ’লেৰে ইংলেণ্ডক পৰাস্ত কৰি স্পেইনে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে। ফাইনেলৰ প্ৰথম ১৫ মিনিটত মিডফিল্ডৰ দখল ইংলেণ্ডৰ হাততে আছিল।

১৫ মিনিটৰ পাছত স্পেইনে খেলখন দখল কৰে। সৰু সৰুকৈ আক্ৰমণ কৰিবলৈ ধৰিলে। Teresa Abeleira, Aitana Bonmatira এ বলৰ ওপৰত অধিক দখল ৰাখিবলৈ আৰম্ভ কৰে। ফলত ইংলেণ্ড বিপদত পৰে।

অৱশ্যে স্পেইনে গ’লৰ বাবে বেছি সময় অপেক্ষা কৰিব নালাগিল। ২৯ মিনিটৰ পাছত বাওঁফালে অলগাই বলটো পাই শ্বট মাৰে৷ এই ক্ষেত্ৰত গ’লৰক্ষক আৰ্পছে স্পৰ্শ কৰিব নোৱাৰিলে। ২৩ বছৰীয়া অলগাই দলটোৰ নেতৃত্ব দিছিল।

ইয়াৰ পাছত ইংলেণ্ডে প্ৰত্যুত্তৰ দিব নোৱাৰিলে৷ এটা গ’লেৰেই বিশ্বকাপ দখল কৰে স্পেনিছ বাহিনীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক