--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ খেলি থকা টিম ইণ্ডিয়াই ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আচলতে ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ কলম্বোৰ পৰা মুম্বাইলৈ উভতি আহিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ব্যক্তিগত কাৰণত ভাৰতলৈ উভতি আহিছে যশপ্ৰীত বুমৰাহ৷

শনিবাৰে এছিয়া কাপত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তানৰ দল। পাকিস্তানৰ বিৰুদ্ধে বেটিং কৰিবলৈ আহিছিল বুমৰাহ। অৱশ্যে বৰষুণৰ বাবে ব’লিং কৰাৰ সুযোগ নাপালে যশপ্ৰীত বুমৰাহে। সোমবাৰে ভাৰতীয় দলটোৱে নেপালৰ বিৰুদ্ধে খেলিব। একে সময়তে ইয়াৰ পাছত ছুপাৰ-৪ ৰাউণ্ডৰ মেচ অনুষ্ঠিত হ’ব। অহা ৬ ছেপ্টেম্বৰৰ পৰা এছিয়া কাপৰ ছুপাৰ-৪ ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব।

শেহতীয়াকৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা উভতি আহিছিল যশপ্ৰীত বুমৰাহ। এই ছিৰিজত টিম ইণ্ডিয়াৰ অধিনায়ক আছিল যশপ্ৰীত বুমৰাহ। ইয়াৰ পূৰ্বে আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰত আছিল বুমৰাহ। ইয়াৰ বাবেই তেওঁ আই পি এল ২০২৩ৰ অংশ নাছিল। ভাৰতীয় দলত যশপ্ৰীত বুমৰাহ ঘূৰি অহাৰ পাছত অনুৰাগীসকল অতিশয় উৎফুল্লিত হৈ পৰিছিল যদিও এতিয়া অনুৰাগীক হতাশ কৰাৰ খবৰ চৰ্চালৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ