--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰাৰ পাছত ভাৰতে এদিনীয়া ৰেংকিঙত এক নম্বৰ স্থান লাভ কৰে। ইতিমধ্যে টেষ্ট আৰু টি-২০ ক্ৰিকেটতো এক নম্বৰ দল ভাৰত। শুকুৰবাৰৰ জয়ৰ পিছতে ভাৰত ক্ৰিকেটৰ সকলো ফৰ্মেটতে এক নম্বৰত আছে টীম ইণ্ডিয়া।

ইয়াৰ পূৰ্বে ক্ৰিকেটত মাত্ৰ এটা দলেহে এই নজিৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ২০১২ চনত দক্ষিণ আফ্ৰিকাই সকলো ধৰণৰ ক্ৰিকেটত এক নম্বৰ স্থান লাভ কৰিছিল।

ভাৰতে টেষ্ট ৰেংকিঙত এক নম্বৰ দলৰ স্থান অক্ষুণ্ণ ৰাখিছে। টি-২০ ক্ৰিকেটতো তেওঁলোকে ধাৰাবাহিকতা প্ৰদৰ্শন কৰিছে। এছিয়া কাপৰ ফাইনেলত জয়লাভ কৰাৰ পাছত ভাৰতে ৰেংকিঙৰ দ্বিতীয় স্থানত আৰোহণ কৰে। শুকুৰবাৰে পাকিস্তানক আঁতৰাই এক নম্বৰ দলত পৰিণত হয়। ভাৰতৰ ১১৬ পইণ্ট। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে পাকিস্তান আৰু অষ্ট্ৰেলিয়া।

বিশ্বকাপত এক নম্বৰ দল হিচাপে খেলাৰ সুযোগ ভাৰতে লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত জয়ী হ’লে ভাৰত এক নম্বৰ দল হিচাপে থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা