--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিক সন্তুষ্ট কৰিবলৈ প্ৰথম কাম হ’ল সেৱা আৰু কঠোৰ পৰিশ্ৰম। কোৱা হয় যে শনি দেৱে যি ব্যক্তিক আশীৰ্বাদ দিয়ে, তেওঁক প্ৰতিটো ক্ষেত্ৰতে সফলতা প্ৰদান কৰে। ন্যায়ৰ দেৱতা শনিদেৱে এজন ব্যক্তিৰ বৰ্তমান আৰু পূৰ্বৰ জন্মৰ কৰ্ম অনুযায়ী ফলাফল দিয়ে। তথাপিও যদি শনিদেৱে ৰাশিফলত প্ৰতিকূলভাৱে গতি কৰিছে, তেন্তে কিছুমান সঠিক ব্যৱস্থা আছে যিবোৰৰ সহায়ত তেওঁৰ খং কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি। কিছুমান কাম কৰি শনিৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰি।

নিশ্চিতভাৱে এই ১০টা কাম কৰক

১/ কাকো কেতিয়াও ঠগিব নালাগে। টকা ধাৰলে লোৱাৰ পাছত সময়মতে ঘূৰাই দিব লাগে।
 
২/ অক্ষম লোকক সহায় কৰক।
 
৩/ শনিদেৱক সন্তুষ্ট কৰিবলৈ কাৰো পৰা বিনামূলীয়াকৈ একো নল'ব।
 
৪/ আপোনাৰ ঘৰলৈ যদি কোনো আলহী বা কোনো ব্যক্তি আহে তেন্তে তেওঁ সম্পূৰ্ণ আহাৰ খোৱাৰ পাছতহে ঘৰৰ পৰা ওলাই যাব লাগে।

৫/ বৃদ্ধ লোকক সন্মান কৰিলে ঘৰতেই হওক বা বাহিৰতেই হওক শনি দেৱৰ আশীৰ্বাদ পোৱা যায়।
 
৬/ শনিবাৰে ১.২৫ কেজি গোটা মাটি দাইল দান কৰক। 
 
৭/ ক’লা তিল, আটা আৰু চেনি মিহলাই পৰুৱাক খুৱাব লাগে। খাল, পুখুৰী বা নদীত থকা মাছবোৰক আটাৰ টোপ খুৱাব লাগে।
 
৮/ লোহা আৰু পুৰণি জোতা চপ্পল শনিবাৰে কাৰোবাক দান কৰিব লাগে। লগতে এই দিনটোত কোনো নতুন কাম বা যাত্ৰা আৰম্ভ নকৰিব।

৯/ দুখীয়াক খুৱাই আশীৰ্বাদ লাভ কৰক। ইয়াৰ উপৰিও যদি ওচৰৰ মন্দিৰত ভাণ্ডাৰাৰ আয়োজন কৰা হৈছে তেন্তে কয়লা দান কৰক।
 
১০/ ক'লা কুকুৰক গাখীৰ বা ৰুটি খুৱাওক, এই কাম কৰিলে শনি দেৱ সন্তুষ্ট হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ