--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰটোক ভিতৰৰ পৰা ফিট কৰি ৰাখিবলৈ ভাল খাদ্যাভ্যাস থকাটো অতি প্ৰয়োজনীয়। লিভাৰ আমাৰ শৰীৰৰ এক বিশেষ অংগ। লিভাৰে শৰীৰৰ দূষিত পদাৰ্থ পৰিষ্কাৰ কৰে। বহু সময়ত লিভাৰত বহুত মলি জমা হয়, যাৰ ফলতো বহুত অসুবিধাৰ সৃষ্টি হয়। আজি কম লিভাৰৰ জমা হোৱা মলি কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি।

এই ৫ টা খাদ্যই লিভাৰৰ পৰা বাহিৰ কৰে দূষিত পদাৰ্থ

১) আখৰোটঃ লিভাৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াত বহুত মলি জমা হয়। যদি আপুনি লিভাৰৰ পৰা মলি পৰিষ্কাৰ কৰিব বিচাৰে তেন্তে আপুনি দৈনিক আখৰোট সেৱন কৰক। মগজু চোকা কৰিবলৈও আখৰোট অতি বিশেষ।

২) সেউজীয়া শাক-পাচলিঃ  দৈনিক সেউজীয়া শাক-পাচলি খাব লাগে। এইবোৰে শৰীৰটোক যথেষ্ট ফিট কৰি ৰাখে। ই লিভাৰ ভালদৰে পৰিষ্কাৰ কৰে।

৩) মিঠা আৰু টেঙা ফলঃ টেঙা আৰু মিঠা ফলো খাব লাগে। ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত লিভাৰত বিষমুক্ত কৰা এনজাইম থাকে যিয়ে যকৃত পৰিষ্কাৰ কৰে।

৪) গোটা শস্যঃ আপোনাৰ শৰীৰক ফিট কৰি ৰখাৰ বাবে গোটা শস্য অতি উপকাৰী। লিভাৰ পৰিষ্কাৰ কৰাত খাদ্যই অতি সহায় কৰে।

৫) আলমণ্ডঃ ভিটামিন ই আলমণ্ডত পোৱা যায় যিটো শৰীৰ আৰু মনক সুস্থ কৰি ৰখাৰ বাবে অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু