--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। কাৰণ ই আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাৰ কাম কৰে। আনহাতে যদি আপোনাৰ লিভাৰ সুস্থ হয় তেন্তে শৰীৰৰ সকলো অংগই সঠিকভাৱে কাম কৰে। যদি আপোনাৰ লিভাৰ সুস্থ হয় তেন্তে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। আমাৰ বেয়া অভ্যাসেই লিভাৰ নষ্ট কৰাৰ বাবে দায়ী। সেয়েহে কিছুমান অভ্যাস সলনি কৰি আপুনি লিভাৰক সুস্থ কৰি ৰাখিব পাৰে। এই অভ্যাসবোৰে লিভাৰৰ ক্ষতি কৰে-

১) ধূমপানৰ অভ্যাস- দীৰ্ঘদিন ধৰি চিগাৰেট সেৱন কৰিলে লিভাৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ধূমপানৰ অভ্যাসে লিভাৰত প্ৰদাহ সৃষ্টি কৰিব পাৰে। গতিকে যদি আপুনি আপোনাৰ লিভাৰ সুস্থ হোৱাটো বিচাৰে তেন্তে ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। 

২) পুষ্টিকৰ উপাদানৰ প্ৰচুৰতা- দীৰ্ঘদিন ধৰি শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱে আপোনাৰ লিভাৰৰ ক্ষতি কৰিব পাৰে। লিভাৰে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। কিন্তু কেতিয়াবা শৰীৰত ভিটামিন এ আৰু ডিৰ পৰিমাণ বেছি হ’লেও বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে যদি আপুনি আপোনাৰ লিভাৰ সুস্থ হোৱাটো বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগিব।

৩) পানী কমকৈ গ্ৰহণ কৰা- কম পানী সেৱন কৰিলেও লিভাৰৰ লগত জড়িত ৰোগ হ’ব পাৰে। সেইবাবেই উপযুক্ত পৰিমাণৰ পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু যকৃতেও সঠিকভাৱে কাম কৰে।যদি আপুনি সঠিক পৰিমাণৰ পানী খায়, তেন্তে আপোনাৰ তেজৰ সঞ্চালনো ভালদৰে থাকে আৰু শৰীৰটো সুস্থ হৈ থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ