--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ একাধিক প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাম সাহিত্যৰ সৈতে জড়িত আছিল । প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতাৰ কথা সকলোৱে জানে।বাজপেয়ী সঁচাকৈয়ে এগৰাকী কবি আছিল। তেওঁৰ কবিতাৰ ছন্দই আজিও মানুহক আলোড়িত কৰে।  বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহিত্য সৃষ্টিত পিছ পৰি ৰোৱা নাই। 

শেহতীয়াকৈ মোদীয়ে এগৰাকী 'গীতিকাৰ' হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লিখা গানটোৱে গুজৰাটত নৱৰাত্ৰি উদযাপনৰ সময়ত বেছ চৰ্চা লাভ কৰিছে। দেওবাৰে নৱৰাত্ৰিৰ প্ৰথম দিনটোতে  প্ৰধানমন্ত্ৰীয়ে তেওঁৰ গীতটো উন্মোচন কৰে।

শনিবাৰে, কংগনা ৰাণাৱটে 'গীতিকাৰ' মোদীৰ প্ৰশংসাত গদগদ হৈ পৰিছিল। কবি তথা  প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ কথা উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছিল। দেওবাৰে, মোদীয়ে নৱৰাত্ৰি গৰ্বা গীতটো  উন্মোচন কৰে।
গীতটি সন্দৰ্ভত মোদীয়ে কয়  "মই বহু বছৰ আগতে এই গীতটো লিখিছিলো। এই গীতটোৱে মোৰ মনলৈ  বহুতো পুৰণি স্মৃতি ঘূৰাই আনিছিল। "

দেওবাৰে পুৱা, মোদীয়ে তেওঁৰ প্ৰথম গৰবা গান 'মাদি' মুকলি কৰে। তানিষ্ক বাগচীয়ে অলপতে সেই গীতটোৰ  ভিডিঅ'টো  নিৰ্মাণ কৰিছে। গীতটো ধ্বনী ভানুশালীয়ে গাইছে। ভানুশালীয়ে মুখ্যতঃ পপ গান গাই খ্যাতি অৰ্জন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ