--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ৭৬ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত দেখা যাব অনুষ্কা শৰ্মাক।  ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে এই খবৰ দিয়ে।

শেহতীয়াকৈ ফ্ৰান্সৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ সৈতে এখন ছবি পোষ্ট কৰি লিখিছে- ''বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক লগ পাই বৰ ভাল লাগিল। আগন্তুক প্ৰতিযোগিতাখনৰ বাবে টিম ইণ্ডিয়ালৈ সকলোৰে শুভেচ্ছা জনালোঁ। আৰু অনুষ্কালৈ তেওঁৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ বাবে শুভেচ্ছা জনালো।’’

১৭ মে’ৰ পৰা আৰম্ভ হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ। তাত চলচ্চিত্ৰ জগতৰ সৈতে জড়িত মহিলাসকলক সন্মান জনোৱা হ’ব। এই বঁটা প্ৰদান কৰিব অনুষ্কা আৰু হলিউডৰ বিখ্যাত অভিনেত্ৰী কেট উইন্সলেটে। এই উৎসৱ ২৩ মে’লৈকে চলি থাকিব। 

উল্লেখ্য যে অনুষ্কাৰ এয়া প্ৰথম কাঁ ভ্ৰমণ।  যোৱাবাৰ কান চলচ্চিত্ৰ মহোৎসৱত জুৰী ব’ৰ্ডৰ সদস্য আছিল দীপিকা পাডুকন। ঐশ্বৰ্য ৰায় বচ্চন আৰু সোণম কাপুৰেও বহু বছৰ ধৰি প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাঁলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে