--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ জনী চিনছক (Johnny Sins) নতুনকৈ চিনাকি দিয়াৰ হয়তো প্ৰয়োজন নাই। পৰ্ণছৱিৰ যোগেৰে বিশ্বজুৰি দৰ্শকৰ নয়নৰ মণি হৈ পৰা ৪৩ বৰ্ষীয় জনী চিনছে এইবাৰ মহাকাশতো পৰ্ণ ছৱিৰ শ্বুটিং কৰিব বিচাৰে।

 

হয়, এই আকাংক্ষা নিজেই প্ৰকাশ কৰিছে পৰ্ণষ্টাৰগৰাকীয়ে। প্ৰথমগৰাকী পুৰুষ হিচাপে মহাকাশৰ মহাজাগতিক পৰিৱেশত উদ্দাম যৌনতাত লিপ্ত হব বিচাৰে তেওঁ। এই সম্পৰ্কত মহাকাশ গৱেষণা সংস্থা 'স্পেছ এক্সৰ (SpaceX) মালিক তথা বিশ্বৰ চহকী ব্যক্তি এলন মাস্ককো তেওঁ এক বিশেষ অনুৰোধ কৰিছে।

 

উল্লেখ্য যে মহাকাশ যাত্ৰাক সহজলভ্য কৰাৰ উদ্দেশ্যে এলন মাস্কৰ স্পেচ এক্সে কাম কৰি আহিছে। এতিয়া এই স্পেচ এক্সৰ যোগেৰই মহাকাশলৈ যাব বিচাৰে জনী চিনছ। এটা সংবাদ মাধ্যমৰ আগত এই বক্তব্য প্ৰদান কৰিছে পৰ্ণষ্টাৰগৰাকীয়ে।

 

''এয়া সম্ভৱ হব পাৰে। যদি মহাকাশত যৌনসম্ভোগ কৰিব পাৰো, তেন্তে ই বিৰাট মজাৰ কাম হব।’’- ৰ্ণষ্টাৰগৰাকীয়ে কয়- ''ইয়াৰ দ্বাৰা স্পেচএক্স সংস্থাটোৰো এটা প্ৰমোচন হব।’’

 

ৰ্ণষ্টাৰগৰাকীয়ে মহাকাশত যৌনসংগম কৰিব বিচাৰিলেও বিজ্ঞানীসকলে ইয়াৰ বিপৰীত ভাষ্য প্ৰদান কৰিছে। তেওঁলোকৰ মতে, মহাকাশত মধ্যাকৰ্ষণ শক্তি নাই। থাকে নানাধৰণৰ মহাজাগতিক ৰশ্মি আৰু তীব্ৰ গতিৰ চুম্বকীয় তৰংগ। এইসমূহে মানুহৰ শৰীৰতো প্ৰভাৱ পেলায়। ফলস্বৰূপে মহাকাশচাৰীসকলৰ বাবেও যৌনমিলনৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰি থোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক