--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যৌনতা সম্পৰ্কে মুকলি আলোচনাত হোৱাটো এতিয়াও পাপ আৰু অপৰাধ বুলিয়েই গণ্য কৰে৷ বিদেশত যৌন শিক্ষাক অতি গুৰুত্বপূৰ্ণ বিষয় হিচাবে গ্ৰহণ কৰা হৈছে যদিও এতিয়াও আমাৰ দেশত তেনে পৰিবেশ গঢ় লৈ উঠা নাই৷ এনে সময়তে অ'টিটি প্লেটফৰ্মত  'যৌন শিক্ষাৰ শ্ৰেণী'  আৰম্ভ কৰিবলৈ আগবাঢ়িছে এগৰাকী অভিনেত্ৰীয়ে৷ 



অভিনেত্ৰীগৰাকীৰ নাম  ৰাকুলপ্ৰীত সিং। তেওঁ ইতিমধ্যে তেওঁৰ সামাজিক মাধ্যমৰ বিভিন্ন মঞ্চত এই খবৰটো প্ৰচাৰ কৰিছে । তেওঁ কি শিকাবলৈ গৈ আছে আৰু কিয় তেনে কথা শিকাব সেই বিষয়েও উল্লেখ কৰিছে৷  ব্লেকবোৰ্ডৰ সন্মুখত থিয় হৈ ৰাকুলে হাতত এখন জীৱ বিজ্ঞানৰ কিতাপো লৈ থকা দেখা গৈছে৷  



অভিনেত্ৰী ৰাকুল এতিয়া দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলীউডৰ এক পৰিচিত নাম। কিন্তু এটা সময়ত তেওঁ বিজ্ঞান  বিষয়ত অধ্যয়ন কৰিছিল।


নতুন দিল্লীৰ যীচু মেৰী মহাবিদ্যালয়ৰ ছাত্ৰী ৰাকুলৰ বিজ্ঞান   প্ৰিয় বিষয় আছিল। তেওঁ গণিতৰো  স্নাতক৷ 



 ৰাকুলপ্ৰীতে তেওঁৰ  সামাজিক মাধ্যমত শ্ৰেণীকোঠাৰ ফটোৰ সৈতে এই বিষয়ে বিশদ ব্যাখ্যা কৰা নাই। 








তেওঁ  ব্লেকবোৰ্ডত মাথো  লিখি ৰাখিছে  শ্ৰেণী ২০ জানুৱাৰীৰ পৰা  আৰম্ভ হ’ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২