--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে এখন বিলাসী ৰ’লছ ৰয়েচ গাড়ী লৈ ৰাঁচীৰ ৰাজপথলৈ ওলাই আহিছিল। আকৌ তেওঁক এখন পুৰণি গাড়ী লৈ ওলাই যোৱা দেখা গ’ল। ধোনীয়ে গাড়ী চলোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ধোনীয়ে চলোৱা গাড়ীখন ১৯৭৩ চনৰ পণ্টিয়াক ট্ৰেন্স-এম। ধুনীয়া ৰঙা গাড়ীখন চলাই থকা দেখা গ’ল ধোনীক। গাড়ীত তেওঁ অকলে আছে। পিন্ধিছে ছানগ্লাছ আৰু হাতৰ আঁচল নথকা টি-চাৰ্ট। ধোনীৰ স’তে এই গাড়ীখন আগতে কোনেও দেখা নাই।

কিছুদিন পূৰ্বে ৰাঁচীৰ ঘাইপথত নীলা ৰঙৰ ৰ’লছ ৰয়ছ গাড়ী চলাই থকা দেখা গৈছিল ধোনীক। এজন অনুৰাগীয়ে দাবী কৰিছে যে গাড়ীখন ১৯৮০ চনৰ। এই মডেলৰ ৰ’লছ ৰয়েচ আজি উপলব্ধ নহয়।

উল্লেখ্য যে পুৰণি গাড়ী আৰু বাইক সংগ্ৰহ কৰাটো ধোনীৰ এটা চখ। ধোনিৰ সংগ্ৰহত ৫০খনতকৈও অধিক বাইক আছে। ইয়াৰ ভিতৰত হাৰ্লি-ডেভিডছন, কাৱাছাকি নিঞ্জা, ডুকাটি আদি কোম্পানীৰ বাইক অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ