--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি এজমা বা হাঁপানীৰ ৰোগী বহুত বাঢ়িছে। এজমা ৰোগ নিৰাময় কৰিব নোৱাৰা ৰোগ যদিও কিছু সাৱধানতা অৱলম্বন কৰিলে এজমা ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। এনে পৰিস্থিতিত খাদ্যত কিছু ফল-মূল অন্তৰ্ভুক্ত কৰি এজমা নিয়ন্ত্ৰণ কৰিব পাৰি। কোনবোৰ ফল খালে আপুনি এজমা নিয়ন্ত্ৰণ কৰিব পাৰিব জানি লওক।

এজমা ৰোগীয়ে কি ফল খাব লাগে?

১) আপেলঃ যদি আপুনি এজমাৰ লক্ষণসমূহ হ্ৰাস কৰিব বিচাৰে তেন্তে আপেল আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ইয়াত ভাল পৰিমাণৰ ভিটামিন চি, ভিটামিন ই থাকে যিয়ে হাওঁফাওঁৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু এজমা নিয়ন্ত্ৰণ কৰে।

২) কমলাঃ কমলা এজমা ৰোগত অতি স্বাস্থ্যকৰ ফল। ভিটামিন চি ইয়াত প্ৰচুৰ পৰিমাণে থাকে। যদি আপুনি দৈনিক এটা কমলা সেৱন কৰে, তেন্তে এজমা নিয়ন্ত্ৰণত থাকে।
 
৩) ষ্ট্ৰ’বেৰীঃ যদি আপুনি এজমা ৰোগী তেন্তে ষ্ট্ৰবেৰী আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। কাৰণ ই ভিটামিন চিৰ উৎস যিয়ে হাওঁফাওঁক সুৰক্ষা দিয়ে।আনহাতে যদি আপুনি এজমা ৰোগী আৰু এজমাৰ সমস্যা দূৰ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে খাদ্য তালিকাত ষ্ট্ৰবেৰী অন্তৰ্ভুক্ত কৰক। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ