--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেওবাৰে ৰাতি এদল যুৱকৰ সতে অন্তৰংগ মুহূৰ্তত দেখা গল অজয় দেৱগণ আৰু কাজলৰ কন্যা ন্যাছা দেৱগণক। ইয়াৰ পূৰ্বেও ন্যাছাক লৰা বন্ধুসকলৰ সতে মিলা-মিচা কৰা দেখা পোৱা গৈছিল। তাৰপাছতে চৰ্চা চলিছে কিয় ইমান লৰা বন্ধুৰ সতে একাত্ম অনুভৱ কৰে তাৰকা সন্তাগৰাকীয়ে।

বলিউডৰ তাৰকা সন্তান ন্যাছা দেখিবলৈ বিৰাট ধুনিয়া। ন্যাছাৰ ভুৱনভোলোৱা হাঁহিয়ে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰি আহিছে। ধুনিয়াৰ উপৰিও ন্যাছা এগৰাকী ফূৰ্তিবাজ ছোৱালীও।

দিৱালীৰ আনন্দ উদযাপন ন্যাছাই লৰা বন্ধুসকলৰ সতেই কৰিছে। কিন্তু চৰ্চা চলিছে যে কিয় ন্যাছাই অকল লৰাবন্ধুুসকলৰ সতে আনন্দ উদযাপন কৰে?

''ৰা কিম্বা ছোৱালী হওক, সকলোৱেই বন্ধু। সিহঁত থাকিলে চাৰিওপাশৰ সকলো সহজ হৈ যায়।’’- এই অনুভৱ ব্যক্ত কৰিছে ন্যাছাই।

ন্যাছাই কয় যে তেওঁ নাৰী বুলিয়েই জীৱনৰ আনন্দ উপভোগ কৰাত কোনেও বাধা দিব নোৱাৰে। ছোৱালীতকৈ লৰাৰ সৈতে সেয়ে তেওঁৰ সংগ বেছি জমি উঠে।

ন্যাছাৰ এগৰাকী প্ৰেমাতুৰ যুৱতীও আছে। বেদান্ত মহাজন, অৰহান আৱৰ্তমানীকে ধৰি কেইবাজনো যুৱকে ন্যাছাৰ সতে সম্পৰ্ক ৰাখি জনপ্ৰিয়তা লাভ কৰিছে।

অতি শীঘ্ৰেই হয়তো বলিউডৰ ৰূপালী পৰ্দাতো ন্যাছাক দেখা যাব পাৰে। চিত্ৰপ্ৰেমীয়ে লাভ কৰিব আন এগৰাকী মোহময়ী অভিনেত্ৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক