--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ ৰাস্তাত বহি মলত্যাগ কৰিলে হলিউডৰ বহুচৰ্চিত অভিনেত্ৰী এম্বাৰ হাৰ্ডে। চিচিটিভিৰ ফুটেজত ধৰা পৰা দৃশ্যটোত দেখা গৈছে অভিনেত্ৰীগৰাকীয়ে মুকলিতে মলত্যাগ কৰি আছে।

বাতৰি অনুযায়ী, বৰ্তমান এগৰাকী বান্ধৱীৰ সতে স্পেইনত অৱসৰ কটাবলৈ গৈছে অভিনেত্ৰীগৰাকীয়ে। স্পেইনত পূৰাদ্যমে পাৰ্টিৰ আয়োজন কৰে এম্বাৰে। গোটেই ৰাতি পাৰ্টি কৰি এম্বাৰে মদৰ নিচাত মত্ত থকা বুলি অভিযোগ উঠিছে।




শেহতীয়াকৈ জোছেফ মৰিছ নামৰ এগৰাকী ইউটিউবাৰে তেওঁৰ চেনেলৰ যোগে এটা চিচিটিভি ফুটেজ পোষ্ট কৰিছে। তাত দেখা গৈছে, মাজৰাতি এগৰাকী মহিলাই ৰাস্তাত বহি মলত্যাগ কৰি আছে। আনকি পুৱা সেই ঠাইত মানুহৰ মল-বিষ্ঠা পৰি থকাও দেখা যায় বুলি জানিব পৰা গৈছে।

উক্ত মহিলাগৰাকীক এম্বাৰ হাৰ্ড বুলি দাবী কৰিছে ইউটিউবাৰ জোচেফে। মদত মাতাল হৈ থকা অৱস্থাত অভিনেত্ৰীগৰাকীয়ে এই কাণ্ড কৰিছিল, যোচেফে দাবী কৰে।

তাৰপাছতে সামাজিক মাধ্যমত হৈ চৈৰ সৃষ্টি হৈছে। উল্লেখ্য যে হলিউডৰ অভিনেতা জনী দেপ আৰু এম্বাৰ হাৰ্ডৰ বিবাহ বিচ্ছেদক লৈ যোৱা কেইমাহমান ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক