--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আথিয়া চেট্টীয়ে ২৩ জানুৱাৰীত ক্ৰিকেটাৰ লোকেশ ৰাহুলৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল। অভিনেতা সুনীল চেট্টীৰ একমাত্ৰ কন্যা আথিয়াৰ বিয়াখন খাণ্ডালাস্থিত তেওঁলোকৰ ফাৰ্মহাউচত অনুষ্ঠিত হৈছিল।

আথিয়া আৰু ৰাহুলে দক্ষিণ ভাৰতীয় ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছিল। ক্ৰিকেট তাৰকাগৰাকীক পাতল গুলপীয়া শ্বেৰৱানীত দেখা গৈছিল। কইনা আথিয়াই হাতীদাঁতৰ লেহেঙ্গা পিন্ধে। সুনীল চেট্টীয়ে তেওঁৰ একমাত্ৰ কন্যাৰ বিয়াত তেওঁৰ আৱেগ ধৰি ৰাখিব নোৱাৰিলে। একমাত্ৰ কন্যাৰ বিয়াত আৱেগিক হৈ পৰে সুনীল। চকুলো নিগৰি আহে অভিনেতাজনৰ। এয়া আনন্দৰ চকুপানী।

বন্ধু আৰু আত্মীয়সহ বিবাহানুষ্ঠানত আমন্ত্ৰিত অতিথিৰ সংখ্যা আছিল ১০০ জন। বলীউডৰ কেইবাজনো তাৰকাক তেওঁলোকৰ বিয়াত দেখা গৈছিল। কৃষ্ণ শ্ৰফ আৰু অংশুলা কাপুৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল। অৱশ্যে কেইসপ্তাহমান পিছত অভ্যৰ্থনাটো ডাঙৰ হ'ব। প্ৰায় ৩,০০০ আমন্ত্ৰণকাৰীক অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব।

বিবাহ অনুষ্ঠানৰ পিছতে আথিয়া-ৰাহুলে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত কেইবাখনো ফটো শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামতে অনুষ্কা শৰ্মা, বিকি কৌশল, কৰণ জোহৰ, আলিয়া ভট্ট, শিল্পা চেট্টীৰ দৰে চেলিব্ৰিটিসকলে নৱদম্পতিক শুভেচ্ছা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে