--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চাশ বছৰ বয়সতো মোহময়ী হৈ আছে শিল্পা চেট্টী! নিয়মীয়া শৰীৰ নিৰ্মাণ,  নৃত্য চৰ্চাৰ জৰিয়তে নিজৰ যৌৱন বজাই ৰাখিছে নবৈ দশকৰ সফল অভিনেত্ৰীগৰাকীয়ে। 

কেতিয়া প্ৰথম প্ৰেম হৈছিল শিল্পাৰ? অভিনয় জগতৰ তাৰকাসকলে সাধাৰণতে কম বয়সতে প্ৰেমত লিপ্ত হয়, কিন্তু শিল্পাৰ ক্ষেত্ৰত সেয়া নহয়। ২২ বছৰ বয়সত তেওঁৰ প্ৰথম প্ৰেম হয়। 'বিগ ব্ৰাদাৰ'ৰ ছেটত তেওঁ এই স্বীকাৰোক্তি প্ৰদান কৰিছিল। তেওঁ কৈছিল যে ইয়াৰ পূৰ্বে তেওঁ  কেতিয়াও প্ৰেমত পৰা নাছিল। তেওঁ 'ধড়কন’ নামৰ চিনেমাখন কৰি থাকোতে অক্ষয় কুমাৰৰ প্ৰেমত পৰিছিল।

''প্ৰথমবাৰৰ বাবে যেতিয়া মই অক্ষয় কুমাৰক দেখিছিলো, তেতিয়া মই প্ৰেম অনুভৱ কৰিছিলো।’’- শিল্পাই কয়। অক্ষয়ক প্ৰথমবাৰৰ বাবে শিল্পাই চুমা খাইছিল।

"মই অক্ষয়ক বিশ্বাস কৰিছিলো। বিশ্বাসেই হৈছে সকলো।"- শি্‌পাই কয়। অক্ষয়ৰ স’তে শাৰিৰীক মিলনো হৈছিল নেকি তেতিয়া শিল্পাক সোধা হৈছিল। অভিনেত্ৰীগৰাকীয়ে লাজতে হাঁহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক