--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমলৈ আহি আছে বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়’নী৷১ জুলাইত লাইভ ডিজে পৰিবেশনৰ বাবে গুৱাহাটীলৈ আহি আছে বলীউডৰ তাৰকা ছানী লি’য়নী৷গুৱাহাটীৰ এবিচিৰ জিএছ ৰোডত অৱস্থিত প্লেবয় বিয়েৰ গাৰ্ডেনৰ মঞ্চত ছানীক দেখা যাব৷

BookMyShow ৰ শেহতীয়া আপডেট অনুসৰি ছানী লিয়’নীৰ বহু প্ৰত্যাশিত লাইভ ডিজে নাইটটো সংগীত অনুৰাগীৰ বাবে এক স্মৰণীয় সন্ধিয়া হোৱাৰ সম্ভাৱনা আছে।উল্লেখ কৰিব লাগিব যে ২০২২ চনৰ অক্টোবৰ মাহত কলকাতাৰ এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীক ডিজে হিচাপে দেখা গৈছিল৷

BookMyShow ৰ মতে, ১ জুলাইৰ সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান।অনুষ্ঠানটোত প্ৰৱেশ পাছ ২০০০ টকাৰ পৰা আৰম্ভ হ’ব।মঞ্চত ছানী লিয়’নী নামেৰে পৰিচিত কাৰোঞ্জিত কৌৰ ভোহ্ৰাই মডেল আৰু প্ৰাপ্তবয়স্ক অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বৰ্তমান তেওঁ এগৰাকী পৰিচিত কানাডিয়ান-ভাৰতীয়-আমেৰিকান অভিনেত্ৰী।উল্লেখ্য যে কানাডাত ভাৰতীয় শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছানী লিয়’নীয়ে। যদিও তেওঁ বৰ্তমান ভাৰতত থাকে, তথাপিও তেওঁৰ কানাডা আৰু আমেৰিকাৰ নাগৰিকত্ব আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ