--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বিভিন্ন প্ৰান্তত সাগৰত সৃষ্টি হোৱা এল নিনোৰ বাবে মহৰ সংখ্যা বৃদ্ধি পাব। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে  এল নিনোৰ দৰে গ্ৰীষ্ম প্ৰবাহৰ বাবেই বিশ্বৰ বিভিন্ন ঠাইত  ডেংগু, জিকা আৰু চিকুনগুনিয়াৰ দৰে ৰোগৰ  সংক্ৰমণ বৃদ্ধি পাব পাৰে। 

এল নিনো সাগৰৰ উষ্ণতাৰ পৰিঘটনাৰ সৈতে জড়িত বিষয় যদিও ইয়াৰ প্ৰভাৱ বিশ্বৰ বহু ঠাইতে পৰিব পাৰে।   বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে  এল নিনোৰ সৈতে সম্পৰ্কিত ডেংগু, জিকা আৰু চিকুনগুনিয়াৰ দৰে ভাইৰেল ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি চলোৱা উচিৎ।

বিশ্ব স্বাস্থ্য সংস্থাৰমুৰব্বী  টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে  কয়, "বিশ্ব স্বাস্থ্য সংস্থাই ২০২৩ আৰু ২০২৪ বৰ্ষত এল নিনোৰ বাবে বৃদ্ধি পাব পৰা   ডেংগু আৰু অন্যান্য ৰোগ  যেনে জিকা আৰু চিকুনগুনিয়াৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।" তেওঁ লগতে কয়, "জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত মহৰ প্ৰজনন আৰু এই ৰোগ বিলাক বিয়পোৱাত ইন্ধন যোগাই আহিছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ