--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু ৰোগৰ নিৰাময় আমাৰ পাকঘৰৰ মছলাত লুকাই আছে। এই কথাটো কিন্তু কিছু পৰিমাণে হ’লেও সত্য। আজি আমি পাকঘৰৰ এবিধ মছলা ক’লা ইলাচিৰ উপকাৰিতাৰ বিষয়ে জানিম আহক। ক’লা ইলাচিৰ এন্টিচেপ্টিক গুণেৰে ভৰপূৰ। যিয়ে যিকোনো ব্যক্তিৰ পেটৰ লগত জড়িত অসুবিধাবোৰ ঠিক কৰাত কিছু পৰিমাণে সহায় কৰিব পাৰে। ক’লা ইলাচিৰ উপকাৰিতা সন্দৰ্ভত জানো আহক।

 ১. পেটৰ ৰোগ নিৰাময় কৰেঃ-ক’লা ইলাচিয়ে পেটৰ ৰোগ নিৰাময়ত সহায় কৰে। আপুনি জানি আচৰিত হ’ব যে ই আলচাৰ নিৰাময়ত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। ভোকত সহায় কৰাৰ লগতে কলেষ্টেৰল হ্ৰাস কৰে। ইয়াৰ উপৰি গেছ আৰু পেট ফুলাৰ সমস্যাৰ পৰাও উপশম দিয়ে।

২. উশাহ-নিশাহৰ সমস্যাৰ পৰা সকাহঃ-হাঁপানী, কনজেচন বা উশাহ-নিশাহৰ লগত জড়িত কোনো সমস্যা হ’লে ক’লা ইলাচি খালে সকাহ পাব। নিয়মিতভাৱে খালে কাহ, চৰ্দি আৰু ডিঙিৰ বিষৰ কোনো সমস্যা নহয়।

৩. হৃদৰোগত উপকাৰীঃ-দৈনিক ক’লা ইলাচি খালে হৃদযন্ত্ৰ সুস্থ আৰু শক্তিশালী হয়। তেজ জমা হোৱাৰ সমস্যা সদায় আঁতৰত থাকিব। ইয়াৰ উপৰি গ্ৰীষ্মকালত হিট ষ্ট্ৰোকৰ সমস্যাক প্ৰতিৰোধ কৰে।

৪. বিষত উপকাৰীঃ-ক’লা ইলাচিয়েও গোটেই শৰীৰ পৰিষ্কাৰ কৰাৰ কাম কৰে। ই শৰীৰৰ বিষমুক্তকৰণতো কাম কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ