--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত এখন বিশেষ ৰেস্তোঁৰা৷ ছেক্টৰ-৯০ৰ এখন ৰেষ্টুৰেণ্টত খাবলৈ একাংশ লোকে এজন পৰিচৰ্যা কৰ্মীয়ে দিয়া মাউথ ফ্ৰেছনাৰ সেৱন কৰাৰ পাছত মুখৰ পৰা তেজ ওলোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে। তেজ ওলোৱাৰ লগতে লোকসকলৰ বমিও হয়। এই অভিযোগৰ ভিত্তিত খেড়কিদৌলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।


ইতিমধ্যে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। নয়ডাৰ বাসিন্দা অংকিত কুমাৰে আৰক্ষীক জনোৱা মতে, শুকুৰবাৰে তেওঁ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ছেক্টৰ-৯০ৰ এখন ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। খোৱাৰ পাছত সকলোকে মাউথ ফ্ৰেছনাৰ দিয়া হৈছিল। মাউথ ফ্ৰেছনাৰ খোৱাৰ পাছত সকলোৰে মুখৰ পৰা তেজ ওলাবলৈ ধৰে।


উল্লেখ্য যে, অভিযোগকাৰীয়ে নিজেই মাউথ ফ্ৰেছনাৰ সেৱন কৰা নাছিল। কুমাৰে অভিযোগ যে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে তেওঁলোকক কোনোধৰণৰ সহায় কৰা নাছিল। মাউথ ফ্ৰেছনাৰৰ পেকেটটো ডাক্তৰক দেখুৱাৰ পাছত শুকান বৰফ বুলি জানিবলৈ দিয়ে। এই সামগ্ৰীবিধে এচিড হিচাপে কাম কৰে আৰু ই মাৰাত্মক হিচাপেও প্ৰমাণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক