--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ বিশ্বকাপৰ ফাইনেলত পৰাজয় তেওঁৰ মনত এতিয়াও সতেজ হৈ আছে। এতিয়াও সেই ৰাতিটো পাহৰিব পৰা নাই। সেই মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ আঁৰত তেওঁৰ ভুল আছিল নেকি? কে এল ৰাহুলে এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে। তেওঁৰ মতে, এটা সৰু ভুল নহ’লে তেওঁ বহুত বেছি দিন ক্ৰীজত থাকিব পাৰিলেহেঁতেন। ভাৰত চেম্পিয়ন হ’ব পাৰিলেহেঁতেন৷

সেই মেচত ৰাহুলে ১০৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ এটা বাউণ্ডেৰী আঘাত কৰে। ষ্ট্ৰাইক ৰেট আছিল ৬১.৬৮। সেই ইনিংছৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

ৰাহুলে কয়, ‘বিশ্বকাপৰ ফাইনেলৰ কথা আজিও মনত আছে। মিচেল ষ্টাৰকৰ বলিং স্পষ্টকৈ মনত আছে। সেইদিনা তেওঁৰ বলটো ৰিভাৰ্ছ চুইং হৈছিল। আক্ৰমণ কৰিব নোৱাৰিলে কাৰণ বলটো অতি কঠিন কোণৰ পৰা আহিছিল।

ৰাহুলে লগতে কয়, ‘মই এতিয়াও অনুভৱ কৰোঁ যে মই সেইদিনা সেই ভুলটো নকৰিলে আৰু বাকী অভাৰ খেলা হ’লে আমি স্ক’ৰব’ৰ্ডত কমেও ৩০-৪০ ৰান আৰু সংযোজন কৰিলোঁহেঁতেন। তেতিয়া হয়তো আমি বিশ্বকাপ জিকিলোহেঁতেন। সেই এটা আক্ষেপ এতিয়াও মোৰ মনত আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী