--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া প্ৰেমিকা মালাইকা অৰোৰাৰ সৈতে ব্ৰেকআপক লৈ এইকেইদিন শিৰোনাম দখল কৰিছে বলীউডৰ হেণ্ডচাম হাংক অৰ্জুন কাপুৰে। ৬ বছৰ ডেটিং কৰাৰ পাছত এই দম্পতীয়ে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হোৱাৰ খবৰ আহিছিল। কিন্তু এতিয়া দুয়োৰে এনে এটা ভিডিঅ’ চৰ্চালৈ আহিছে। যিয়ে এই বিচ্ছেদৰ অন্ত পেলাইছে।

দৰাচলতে শেহতীয়াকৈ মুম্বাইৰ বৰষুণৰ মাজত মালাইকা অৰোৰা আৰু অৰ্জুনক একেলগে দেখা গৈছে। এই সময়ত অৰ্জুনে ক’লা টি-চাৰ্টৰ সৈতে ট্ৰাউজাৰ পিন্ধি স্প’ৰ্টী লুকত দেখা দিছিল। আনহাতে বগা টপৰ সৈতে মেচিং শ্বৰ্ট পিন্ধি মালাইকাক  দেখা গৈছে। ভিডিঅ’টোত এই যুটিটোক ঘৰৰ পৰা ওলাই আহি নিজৰ গাড়ীত বহি থকা দেখা গৈছে। ভিডিঅ’টো চাই এতিয়া দুয়োৰে অনুৰাগীয়ে সকাহৰ হুমুনিয়াহ কাঢ়িছে৷

আৰু ইয়াৰ আগতে যেতিয়া মালাইকাই আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱসৰ দিনা নিজৰ কুকুৰৰ সৈতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তেতিয়া অৰ্জুন কাপুৰেও অভিনেত্ৰী গৰাকীৰ এই ভিডিঅ'টোত এটা সুন্দৰ মন্তব্য কৰে। ইয়াৰ পিছত স্পষ্ট হৈ পৰিল যে এই দম্পতীও একেলগে আছে।
 
উল্লেখযোগ্য যে মালাইকাৰ সৈতে ব্ৰেকআপৰ খবৰৰ মাজতে অৰ্জুন কাপুৰৰ নাম অভিনেত্ৰী তথা বিখ্যাত ইউটিউবাৰ কুশা কপিলাৰ সৈতে জড়িত হৈ আছিল। কুশাই এই সন্দৰ্ভত এটা পোষ্টত যি মৌনতা ভংগ কৰিছিল আৰু লগতে এই উৰাবাতৰিবোৰ অস্বীকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ