--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰঙৰ উৎসৱ ফাঁকুৱা৷ আৰু এই ফাঁকুৱাৰ দিনটোতে আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ৷ হিন্দু পঞ্জিকা অনুসৰি চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আজি সংঘটিত হ’ব। এই চন্দ্ৰগ্ৰহণ আজি পুৱা ১০:২৪ বজাৰ পৰা বিয়লি ৩:০১ বজালৈ চলিব। এই চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ’ব ৪ ঘণ্টা ৩৬ মিনিট।

আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, ভাৰতত দৃশ্যমান নহ’ব৷

চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰা উচিত, কি কৰা অনুচিত?
জ্যোতিষ শাস্ত্ৰৰ মতে, চন্দ্ৰগ্ৰহণৰ সময়ত ইষ্ট দেৱতাৰ বা গায়ত্ৰী মন্ত্ৰ জপ কৰিলে নিজৰ বাবে শুভদায়ক। ধৰ্মীয় ৰীতি আৰু বিশ্বাস অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত বিষ্ণু সহস্ৰনাম, দুৰ্গা চালিচা, গজেন্দ্ৰ মোক্ষ পাঠ কৰিব লাগে। গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে খাদ্য আৰু পানীয়ত তুলসীৰ পাত দিব। এনে কৰিলে গ্ৰহণে খাদ্য সামগ্ৰীৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে বুলি বিশ্বাস কৰা হয় হিন্দুধৰ্মীয় পৰম্পৰাত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ