--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেচবুক ব্যৱহাৰকাৰীসকলে ৫ মাৰ্চৰ নিশা এক  আচহুৱা সমস্যা সন্মুখীন হয়। সমগ্ৰ বিশ্বৰ ফেচবুক ব্যৱহাৰকাৰীৰ  একাউণ্ট স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ গ’ল। ফলত  সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। 

  অৱশ্যে, কেৱল ফেচবুকতে নহয়, একেটা সমস্যা ইনষ্টাগ্ৰাম, থ্ৰেড আৰু মেচেঞ্জাৰতো হয়। ভাৰতৰ উপৰি আমেৰিকা, ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই সমস্যাৰ উদ্ভৱ হ’য়।  হঠাতে, নিশা প্ৰায় ৮.৩০  বজাত, সকলোৰে ম'বাইলত ফেচবুক নোখোলা হয়। 

এই সমস্যাটো  ছাৰ্ভাৰৰ সমস্যাৰ বাবে হৈছে বুলি চাইবাৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়া আৰু ৱেবছাইট ট্ৰেকিং ছাইটসমূহে এই সমস্যাৰ বাবে চাৰ্ভাৰকে দোষ দিছিল।। এই সমস্যাটো  ফেচবুকৰ তিনি লাখৰো অধিক একাউণ্টত  হৈছিল।  একেদৰে  ইনষ্টাগ্ৰামৰ ২০ হাজাৰৰো অধিক একাউণ্টত একেধৰণৰ লগ আউটৰ সমস্যা হৈছিল।  অৰ্থনৈতিক বিশ্লেষকৰ  সমীক্ষা অনুসৰি প্ৰায় ডেৰ ঘণ্টাৰ বাবে হোৱা এনে বিজুতিৰ বাবে  মেটাৰ লোকচান হৈছে ১০০ মিলিয়ন মাৰ্কিন ডলাৰৰো অধিক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ