--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাৎ সৰ্বত্ৰ হাহাকাৰ৷কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰিল দুই ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠান৷স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিল ফেচবুক‌, ইনষ্টাগ্ৰাম৷তাৰ মাজতে উৎকণ্ঠাৰ মাজত ৰৈ গ’ল বিশ্ববাসী৷মেটা প্লেটফৰ্ম্‌ছৰ দুই প্ৰতিষ্ঠান ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ‘Server down’ৰ বাবে হ’ল এই বিৰল অভিজ্ঞতা৷অলপ সময়ৰ বাবে স্তব্ধ হৈ পৰিল দুই সামাজিক মাধ্যমৰ ব্যৱহাৰ৷


তাৰ মাজত টিপ্পনী কৰিছে বিভিন্নজন নেটিজেনে৷একাংশই মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানত ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ উপস্থিতিক হাস্যৰসিকভাৱে উপস্থাপন কৰে৷


আপোনাৰ আজি এই বিৰল অভিজ্ঞতা কেনে লাগিল৷জনাওক আমাক কমেণ্টত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ