--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'দীৱানা'ৰ পৰাই অনুৰাগীক দীৱানা কৰি ২৯ বছৰ ধৰি বলীউডত ৰাজত্ব কৰি আছে কিং খান শ্বাহৰুখে। প্ৰথম ছবিতেই ফিল্ম ফেয়াৰ এৱাৰ্ড জয় কৰা শ্বাহৰুখে সদায় অন্তৰ জয় কৰি আহিছে তেওঁৰ অনুৰাগীৰো।

বিগত বৰ্ষত কৰ'নাই বিশ্বৰ ৰূপৰেখা সলনি কৰাৰ পৰাই বাৰুকৈয়ে প্ৰভাৱিত হৈছে সমগ্ৰ বলীউডজগত। ছবিগৃহবোৰ বন্ধ হৈ পৰা বাবে অভিনয়জগতৰ কলা-কুশলী ঢাপলি মেলিছে অ'টিটি প্লেটফৰ্মলৈ।
ৰূপালী পৰ্দা এতিয়া অতীত। ডিজিটেল ইণ্ডিয়াত আধিপত্য বিস্তাৰ কৰিছে অ'টিটি প্লেটফৰ্মে। আনকি ২০২০ চনত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰো অভিষেক ঘটিছিল ডিজিটেল প্লেটফৰ্মত।

শনিবাৰে ছ'চিয়েল মিডিয়াত বলীউড বাদশ্বাহ শ্বাহৰুখ খানে এটা ভিডিঅ' শ্বেয়াৰ কৰে। 'হমমম… পিকচাৰ টো অভি বাকী হ্যে… মেৰে দোস্তো…' শীৰ্ষক কেপশ্যনেৰে শ্বাহৰুখে শ্বেয়াৰ কৰে ভিডিঅ'টো। ডিজনী+হটষ্টাৰৰ আত্মপ্ৰকাশ কৰা শ্বাহৰুখৰ ভিডিঅ'টোৱে তেওঁৰ অনুৰাগীসকলক কৌতুহলী কৰাৰ লগতে দিছে আশাৰ বতৰা। কৰণ যোহৰ আৰু ৰণবীৰ সিঙেও শ্বেয়াৰ কৰে শ্বাহৰুখৰ অ'টিটি সম্পৰ্কীয় বিশেষ ভিডিঅ'টো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ