--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ প্ৰধান দুৱাৰখনৰ সন্মুখ ভাগত কেতিয়াও কোো বস্তু ৰাখিব নালাগে। বাস্তুৰ মতে এনেদৰে দুৱাৰৰ সন্মুখত বস্তু ৰাখিলে নানান অমংগল হ’ব পাৰে।  ঘৰৰ মুখ্য দুৱাৰখন সদায় সেয়ে সঠিক স্থানত সঠিকভাৱে স্থাপন কৰিব লাগে। কিয়নো এই মুখ্য দুৱাৰখনেৰেই সকলো শুভ প্ৰভাৱ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। 

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিলে ঘৰৰ ভিতৰত লক্ষ্মী অর্থাৎ শুভ শক্তি প্রৱেশ কৰাত বাধাৰ সৃষ্টি হয়। সেয়ে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখ ভাগ সদায় খোলা অৱস্থাত থাকিব লাগে। মুখ্য দুৱাৰৰ সন্মুখত কোনোধৰণৰ বৃহৎ গছ অথবা খুঁটা আদি থাকিব নালাগে ।

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি বৃহৎ গছ বা খুটা থাকে তেন্তে সেয়া ফেংছুইৰ মতে অশুভ। খুঁটা অথবা বৃহৎ গছে ঘৰত শুভ শক্তিৰ প্ৰৱেশত বাধা দিয়াৰ ফলত ঘৰত অশান্তি হ'ব পাৰে।

ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কেতিয়াও কোনো বস্তু পৰি থাকিবলৈ অথবা কোনো বস্তু জমা কৰি ৰাখিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰ-পাজৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক