--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বহু স্থানৰ নাম সলাই পেলোৱা হ'ল। যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যখনৰ বহু ৰাজহুৱা স্থানৰ নাম সলনি কৰি নতুন নাম প্ৰদান কৰিলে । মোগলচৰাই, এলাহাবাদ আদি ৰে’ল ষ্টেছনৰ নাম কৰাৰ পাছত এইবাৰ যোগী চৰকাৰে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰিলে। ফৈজাবাদ ৰে’ল ষ্টেছনে মোগল যুগৰ স্বাক্ষৰ বহন কৰি আছিল। ফৈজাবাদ ৰে’ল ষ্টেছনৰ নতুন নাম ৰখা হ’ল অযোধ্যা কেণ্টনমেণ্ট বুলি।

ফৈজাবাদ ৰে’ল ষ্টেছনৰ নতুন নাম ৰখা হ'ল অযোধ্যা কেণ্টনমেণ্ট

ফৈজাবাদ নামটোৱে মোগল যুগৰ নামক প্ৰতিনিধিধিত্ব কৰে বাবে বিশ্ব হিন্দু পৰিষদে ফৈজাবাদ নামটোক লৈ আপত্তি দৰ্শাইছিল। দুবছৰ পূৰ্বে বিশ্ব হিন্দু পৰিষদে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰিবলৈ যোগী আদিত্যনাথৰ চৰকাৰক আবেদন জনাইছিল।

আৰু পঢ়কঃ অবিশ্বাস্য!৭০ বৰ্ষীয় বৃদ্ধাই জন্ম দিলে জীৱনৰ প্ৰথমটো সন্তান,কেনেকৈ এই চমৎকাৰ?

বিশ্ব হিন্দু পৰিষদৰ উক্ত আবেদনৰ প্ৰতি সঁহাৰি জনায়েই যোগীৰ চৰকাৰে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰি অযোধ্যা কেণ্টনমেণ্ট ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফৈজাবাদ নাম মোহাৰি অযোধ্যা কেণ্টনমেণ্ট বুলি নামফলক অঁৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক