--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেল্ল’ এটা সাধাৰণ শব্দ, প্ৰায়ে ফোন কলৰ উত্তৰ দিলে আৰম্ভণিৰ শুভেচ্ছা হিচাপে ব্যৱহাৰ কৰা হয়৷, কিন্তু আপুনি জানেনে যে প্ৰতি বছৰে ২১ নৱেম্বৰত বিশ্ব নমস্কাৰ দিৱস পালন কৰা হয়৷ আমি প্ৰতিদিনে অগণন বাৰ ‘হেল্ল’ ব্যৱহাৰ কৰোঁ। আজি আপোনাৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই প্ৰতিবেদনত পোৱা যাব।


১৯৭৩ চনত যোম কিপ্পুৰ যুদ্ধৰ সময়ত সংঘাতত হাজাৰ হাজাৰ সৈনিক আৰু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল। যুদ্ধৰ অন্ত পৰাত ‘হেল্ল’ শব্দটোৱে শান্তি আৰু সদিচ্ছাৰ প্ৰথম প্ৰকাশ হিচাপে আত্মপ্ৰকাশ কৰিছিল, যাৰ ফলত বিশ্ব হেল্ল’ দিৱসৰ আৰম্ভণি হৈছিল।


হেল্ল’ বুলিলে মানুহৰ মাজত পাৰস্পৰিক শত্ৰুতা দূৰ হয় বুলি বিশ্বাস কৰা হয়। এই দিৱসটোৱে সমগ্ৰ বিশ্বতে দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰিছিল, বৰ্তমান ১৮০খন দেশত উদযাপন কৰা হৈছে। ‘হেল্ল’’ই কেৱল শুভেচ্ছা হিচাপেই নহয়, কথোপকথনৰ সহজ আৰম্ভণি হিচাপেও কাম কৰে। ইয়াক বিশ্ব হেল্ল’ দিৱস বুলিও জনা যায়।


গ্ৰাহামবেলে এই টেলিফোন আৱিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে। তেওঁৰ প্ৰেমিকাৰ নাম আছিল হেল্ল’, আৰু টেলিফোনটো আৱিষ্কাৰ হোৱাৰ লগে লগে তেওঁ প্ৰথম শব্দটো ‘হেল্ল’ কৈ তেওঁৰ নম্বৰত ডায়েল কৰিলে। তেতিয়াৰ পৰাই ‘হেল্ল’ ফোন ​​কলৰ সময়ত পৰম্পৰাগত শুভেচ্ছা হিচাপে পৰিগণিত হৈছে। যিহেতু হেল্ল' শব্দটো শুভেচ্ছাৰ বাবেও ব্যৱহাৰ কৰা হয়, গতিকে ইয়াত কোনো পৰিৱৰ্তন কৰা হোৱা নাছিল, আৰু আজিলৈকে চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক