--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুলিয়ে সৌন্দৰ্য্য বৃদ্ধিৰ কাম কৰে। কোমল, চিকচিকিয়া চুলি সকলোৰে কাম্য। যদি আপোনাৰ চুলিও বেয়া হয় আৰু আপুনিও চুলিখিনি কোমল আৰু চিকচিকিয়া কৰিব বিচাৰে তেন্তে গা ধোৱাৰ আগতে চুলিত কিছু বস্তু লগাব লাগিব। এই কাম কৰিলে আপুনি সহজেই চুলিখিনি কোমল আৰু চিকচিকিয়া কৰি তুলিব পাৰিব।

গা ধোৱাৰ আগতে এইবোৰ চুলিত লগাব-

১) নাৰিকল তেলঃ  চুলি মজবুত আৰু ডাঠ কৰিবলৈ চুলিত তেল লগোৱাটো অতি প্ৰয়োজনীয়। কাৰণ চুলিৰ পুষ্টিৰ বাবে তেল লগোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে চুলি আৰু মূৰৰ ছালত কুহুমীয়া নাৰিকল তেল লগাব লাগে। এতিয়া চুলিখিনি পাতল হাতেৰে ১০ মিনিট মালিচ কৰক। এতিয়া ১ ঘণ্টাৰ পিছত চুলিখিনি শ্বেম্পুৰে ধুব। এই কাম কৰিলে চুলিয়ে আৰ্দ্ৰতা পায়।

২) কণীঃ গা ধোৱাৰ আগতে চুলিত কণী লগালে অতি উপকাৰী। ইয়াৰ বাবে এটা কণীৰ হালধীয়া অংশটো উলিয়াই এতিয়া ভালদৰে বিট কৰি এই পেষ্টটো চুলি আৰু মূৰৰ ছালত লগাওক। কণীটো চুলিত ২০ মিনিট ৰাখিব আৰু তাৰ পিছত চুলিখিনি চেম্পুৰে ধুব, এনে কৰিলে চুলিখিনি জিলিকি উঠে আৰু শুকান ভাৱ নাইকিয়া হয়।

৩) দৈঃ দৈয়ে চুলিৰ শুকান ভাৱ হ্ৰাস কৰে। দৈয়ে চুলি কোমল, চিকচিকিয়া আৰু ধুনীয়া কৰি তোলে, গতিকে ইচ্ছা কৰিলে গা ধোৱাৰ আগতে চুলিত দৈ লগাব পাৰে। ইয়াৰ বাবে এটা বাটিত দৈ লৈ চুলি আৰু মূৰৰ ছালত লগাওক আৰু ২০ মিনিট চুলিত থৈ তাৰ পিছত গা ধুব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি