--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰিলে ছানী দেউল আৰু অমীছা পেটেলৰ ছবি গাদাৰ-২ এ। মুক্তিৰ পাছত এনে লাগিছিল যে গাদাৰ-২ৰ বাবে ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ অলপ কঠিন হ'ব।কিন্তু ছবিখনে মাত্ৰ ২৫ দিনতে ৫০০ কোটি টকাৰ সংগ্ৰহ অতিক্ৰম কৰিলে।sacnilk.com ৰ প্ৰতিবেদন অনুসৰি ২৫ সংখ্যক দিনটোত ছবিখনে ২.৫০ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে। ইয়াক ধৰি ‘গাদাৰ ২’-এ ৫০৪ কোটি টকাৰ ব্যৱসায় কৰিব।

কিন্তু ছবিখনৰ তৃতীয় সপ্তাহৰ সংকলন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। তৃতীয় সপ্তাহৰ শুকুৰবাৰে ছবিখনে ৫.২ কোটি টকা উপাৰ্জন কৰিছিল।
শনিবাৰে ছবিখনে ৫.৭২ কোটি টকা সংগ্ৰহ কৰে।দেওবাৰে ছবিখনে ৭.৮০ কোটি টকা উপাৰ্জন কৰে আৰু সোমবাৰে (৪ ছেপ্টেম্বৰ) ছবিখনে ২.৫০ কোটি টকাৰ ব্যৱসায় কৰা সম্ভৱনা আছে।

উল্লেখ্য  যে ১১ আগষ্টত চিনেমাগৃহত মুক্তি পোৱা ‘গাদাৰ-২’ প্ৰথম দিনাৰ পৰাই ছবিখনৰ প্ৰতি প্ৰচণ্ড উন্মাদনা দেখা গৈছিল। মাত্ৰ দুদিনতে ছবিখনে ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল।গাদাৰ ২ৰ ছুপাৰ সফলতাৰ পিছত শেহতীয়াকৈ ছানী দেউলে এটা গ্ৰেণ্ড পাৰ্টি থ্ৰ’ কৰিছিল য’ত কিং খানৰ পৰা আৰম্ভ কৰি অনুপম খেৰলৈকে সকলো তাৰকা একত্ৰিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক