--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ টুকি ৰাখিলে এদিনৰ পাছত গজালি ওলায় আৰু ইয়াকে কয় গাজী মগু বা গজালি ওলোৱা মগু(Sprouts)। গাজী মগু শৰীৰৰ বাবে অতি উত্তম। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহৃত হৈ আহিছে। প্ৰতিদিনে গাজী মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে। গাজী মগু আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিৰে ভৰপূৰ।  গাজী মগু খালে শৰীৰে প্ৰ’টিন লাভ কৰাৰ লগতে পুষ্টি লাভ কৰে।

গাজী মগুৰ উপকাৰিতাঃ

১) গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

২)গাজী মগুত থকা আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিয়ে শৰীৰৰ পুষ্টিসাধন কৰে।

৩)গাজী মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।

৪)গাজী মগু খালে শৌচ খোলোচা হয়।

৫)গাজী মগু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।

৬)গাজী মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

৭)গাজী মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৮)গাজী মগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে।

৯)গাজী মগু খালে আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ হয়।

১০)গাজী মগু খালে চাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

১১)গাজী মগুৱে মহিলাক গৰ্ভৱতী হোৱাত সহায় কৰে।

১২)গাজী মগু খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়।

১৩)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৪) নখৰ বাবে উপকাৰী গাজী মগু।

গতিকে অনেক উপকাৰিতাৰে ভৰপূৰ গাজী মগু খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ