--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে আমাৰ হাড়বোৰ মজবুত কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন হয়, কিন্তু কিছুমান মানুহে গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ সঠিকভাৱে হজম কৰিব নোৱাৰে, যাৰ বাবে ডায়েৰিয়া, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি কেলচিয়াম পাব বিচাৰে তেন্তে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সলনি আন বহুতো বিকল্প বাছি ল’ব পাৰে।

১) আলমণ্ডঃ আলমণ্ডত কেৱল স্বাস্থ্যকৰ চৰ্বিয়েই নহয়, ইয়াত কেলচিয়ামো ভাল পৰিমাণে পোৱা যায়। অৱশ্যে ইয়াত উচ্চ কেলৰিও থাকে আৰু ইয়াক এটা সীমাৰ ভিতৰত সেৱন কৰিব লাগে। পোনে পোনে বা তিয়াই থোৱাৰ পিছত খাব পাৰে।

২) কমলাঃ সাধাৰণতে কমলা ভিটামিন চিৰ প্ৰয়োজন পূৰণৰ বাবে খোৱা হয়, কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াত কেলচিয়ামো প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি গাখীৰ খাব নিবিচাৰে তেন্তে কমলা বা ইয়াৰ ৰস খাব পাৰে।

৩) চাৰ্ডিন মাছঃ চাৰ্ডিন মাছত কেলচিয়ামৰ লগতে ওমেগা-৩ ফেটি এচিড আৰু ভিটামিন ডিৰ প্ৰচুৰ উৎস থাকে। মধ্যমীয়া আকাৰৰ চাৰ্ডিন মাছ খালে দৈনিক প্ৰয়োজনৰ ৩৫ শতাংশ কেলচিয়াম পোৱা যাব।

৪) টফুঃ ছয়াবিনৰ সামগ্ৰী টফু উদ্ভিদ ভিত্তিক কেলচিয়ামৰ এক সমৃদ্ধ উৎস। আন বহুতো পুষ্টিকৰ উপাদান টফুতো পোৱা যায়, য’ত প্ৰ’টিনো থাকে। এই খাদ্য বস্তুটো দেখাত হুবহু পনিৰৰ দৰে। ইয়াক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল