--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গাখীৰক সম্পূৰ্ণ খাদ্য বুলি কোৱা হয় আৰু প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনিক একৰ পৰা দুগিলাচ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে কাৰণ এই ছুপাৰফুডত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ আমাৰ শৰীৰৰ বাবে উপকাৰী। গাখীৰৰ জৰিয়তে আমাৰ শৰীৰে কেলচিয়াম, প্ৰটিন, প্ৰাকৃতিক চৰ্বি, কেলৰি, ভিটামিন-ডি, ভিটামিন-বি২ আৰু পটাছিয়াম আৰু আন বহুতো পুষ্টিকৰ উপাদান লাভ কৰে। খাদ্য বিশেষজ্ঞ অনুসৰি গাখীৰ সহায় গৰম কৰি খোৱা হয়, তেন্তে ইয়াৰ পুষ্টিকৰ মূল্য যথেষ্ট বৃদ্ধি পায়।

 উতলোৱা গাখীৰৰ উপকাৰিতা-

১. বীজাণু নষ্ট কৰেঃ-গৰম কৰাৰ পাছত গাখীৰ খোৱাৰ আটাইতকৈ উপকাৰীটো হ’ল গাখীৰত থকা ক্ষতিকাৰক বীজাণুবোৰ নষ্ট কৰে। এই প্ৰক্ৰিয়াটোক পেষ্টুৰাইজেচন বোলা হয়। ইয়াৰ বাহিৰেও গৰম গাখীৰ খালে শৰীৰত অধিক শক্তি পোৱা যায়।

২. ওজন হ্ৰাস কৰাত ফলপ্ৰসূঃ-এগিলাচ গৰম গাখীৰ খালে আপোনাৰ পেটটো দীৰ্ঘদিন ধৰি ভৰি থকা অনুভৱ হয়, যাৰ বাবে আপুনি অধিক খাদ্য খোৱাৰ পৰা বিৰত থাকে আৰু এই কাৰণেই কম খাদ্য গ্ৰহণ কৰিলে আপোনাৰ ওজন ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে।

৩. টোপনিৰ অভাৱ দূৰ কৰেঃ-প্ৰতিজন ব্যক্তিয়ে নিশাৰ ভাগত এগিলাচ গৰম গাখীৰ খোৱা উচিত, ই শৰীৰ আৰু মনক যথেষ্ট সকাহ দিয়ে। এনে কৰিলে টোপনিৰ মান উন্নত হয় যাতে পিছদিনা আপুনি ভাগৰুৱা অনুভৱ নকৰে।

৪. হাড় মজবুত কৰেঃ-গাখীৰত অধিক পৰিমাণে কেলচিয়াম পোৱা যায়। যিয়ে হাড় শক্তিশালী কৰাৰ কাম কৰে। গৰম গাখীৰ খালে হাড়ৰ ঘনত্ব বাঢ়ি যায় আৰু শৰীৰে আগতকৈ অধিক শক্তিশালী হৈ উঠে।

 ৫. ডায়েবেটিছ বাবে উপকাৰীঃ-যদি দৈনিক গৰম গাখীৰ সেৱন কৰে, তেন্তে আপোনাৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। সেয়েহে সুস্বাস্থ্য অক্ষত ৰখাৰ বাবে ডায়েবেটিছ ৰোগীৰ দৈনিক গাখীৰ সেৱন কৰাটো উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক