--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত এগিলাচ মিঠা কুঁহিয়াৰৰ ৰসে অৱসাদ দূৰ কৰাৰ লগতে শৰীৰো শীতল কৰি তোলে। সোৱাদত মিঠা এই ৰসে বহুতো ৰোগ নিৰাময় কৰে। যেনে-জণ্ডিচ, হেপাটাইটিছ, পেট পৰিষ্কাৰ কৰা আদি ৰোগৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস খাবলৈ দিয়া হয়।

 ১. কুঁহিয়াৰত যথেষ্ট পৰিমাণৰ আইৰন থাকে, সেয়েহে কুঁহিয়াৰৰ ৰস সেৱনে তেজ বিশুদ্ধ কৰাত সহায় কৰাৰ লগতে শৰীৰক তাৎক্ষণিকভাৱে শক্তি প্ৰদান কৰে। কিন্তু কিছুমান ৰোগক কুঁহিয়াৰৰ ৰসে অধিক বিপজ্জনক কৰি তুলিব পাৰে।

 ২. কুঁহিয়াৰৰ ৰস সেৱনে ৰক্ত শৰ্কৰাৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি কৰিব পাৰে। এটা অধ্যয়নত দেখা গৈছে যে কুঁহিয়াৰৰ ৰসত পলিফেনল নামৰ এণ্টিঅক্সিডেণ্ট থাকে যি অগ্ন্যাশয়ত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে।

 ৩. কুঁহিয়াৰৰ ৰসে ৰক্তচাপ বৃদ্ধি কৰে, যিহেতু অতিৰিক্ত শৰ্কৰাই উচ্চ ৰক্তচাপ বৃদ্ধি কৰে, উচ্চ ৰক্তচাপ থকা ৰোগীসকলক কুঁহিয়াৰৰ ৰস গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হয়। কুঁহিয়াৰৰ ৰসে কলেষ্টেৰলও বৃদ্ধি কৰিব পাৰে। কুঁহিয়াৰৰ ৰসৰ পৰা চৰ্বিযুক্ত যকৃতৰ ৰোগ হোৱাৰ আশংকাও বাঢ়ি যায়। মেদবহুলতা হ্ৰাস কৰিবলৈ কুঁহিয়াৰৰ ৰস খোৱাৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক