--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওজন বৃদ্ধি হোৱাটো আজিকালি সাধাৰণ সমস্যা হৈ পৰিছে। বহুতে ওজন কমাবলৈ বহু ঘণ্টা জিম কৰে। কিছুমানে মন থাকিলেও জিমলৈ যাব নোৱাৰে আৰু বহু মানুহৰ জিমলৈ যোৱাৰ পাছতো ওজন নকমে। জিমলৈ নোযোৱাকৈও ওজন কমাব পাৰি। তাৰবাবে কৰিব লাগিব মাত্ৰ কেইটামান কাম। কেনেকৈ ওজন কমাব পাৰি জানো আহক। 

১) ওজন কমাবলৈ প্ৰথমে জাংক ফুড খাদ্য তালিকাৰ পৰা বাদ দিয়ক। ইয়াৰ উপৰিও ভজা বস্তুৰ পৰাও দূৰত্ব ৰাখিব লাগে।

২) প্লেটত খাদ্যৰ পৰিমাণ কমাই দিব। যদি আপুনি এবাৰতে অধিক খাদ্য খায়, তেন্তে আজি নিজেই আপোনাৰ খাদ্য আধালৈ কৰ্তন কৰক।

৩) সঠিকভাৱে পানী খোৱা আৰম্ভ কৰক। পানী সঠিকভাৱে খালে ওজন বহু পৰিমাণে কমিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে আপুনি দৈনিক গৰম পানী খাব লাগিব। 

৪) খাদ্যত অধিক আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিলেও আপুনি সহজেই ওজন হ্ৰাস কৰিব পাৰিব। ইয়াৰ বাবে খাদ্যত আঁহৰ পৰিমাণ বৃদ্ধি কৰক।

৫) অধিক খোজ কাঢ়িবলৈ চেষ্টা কৰক। পুৱা-গধূলি খোজকঢ়াটো অভ্যাস কৰি লওক

৬) চিৰি বগোৱাৰ কাম দৈনিক কৰিলেও ওজন কমে।

৭) বহু সময় এটা ঠাইত বহি থকাৰ পৰা বিৰত থাকক।

৮) কমেও আধাঘণ্টা ব্যায়াম কৰক।

৯) আজৰি সময় পালেই নাচিব লাগে।

১০) স্কিপিং কৰক দৈনিক। ওজন কমি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা