--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ঘৰ মানুহৰ আশ্ৰয় আৰু বিশ্ৰামৰ স্থল। ঘৰৰ দুৱাৰ হৈছে ঘৰ এখনৰ মুখ্য উপাদান। কাৰণ দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰিব পাৰি। ঘৰৰ দুৱাৰ সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয় কথা । তদুপৰি দুৱাৰ সংখ্যা আদিৰ কথাও থাকে। ঘৰত থকা মুঠ দুৱাৰ বা দৰ্জাৰ সংখ্যা সদায় যুগ্ম হ'ব লাগে। 

অযুগ্ম সংখ্যাৰ দৰ্জা ঘৰত থাকিলে গৃহস্থৰ সুখ বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হ'ব পাৰে।ঘৰৰ মুখ্য দুৱাৰ সদায় ভিতৰৰ পিনৰ পৰা খোলাৰ ব্যৱস্থা থাকিব লাগে। ঘৰৰ মুখ্য দ্বাৰ ঘৰৰ মধ্যস্থলত ৰাখিব নালাগে।


মুখ্য দ্বাৰৰ সন্মুখত কোনো ডাঙৰ গছ অথবা দেৱাল আদি থাকিব নালাগে। ঘৰৰ মুখ্য দ্বাৰ এখনেই হ'ব লাগে। একেদৰে ঘৰৰ পৰা ওলোৱা  বা প্ৰস্থান কৰা দুৱাৰো এখনেই হ'ব লাগে।

ঘৰৰ মুখ্য দ্বাৰ সদায় দুই পাল্লাৰ হ'ব লাগে। ঘৰৰ ভিতৰৰ দুৱাৰ এক পাল্লাৰ হ'লেও কোনো কথা নাই।

ঘৰৰ মুখ্য দ্বাৰ কেতিয়াও অর্ধ চন্দ্ৰাকাৰ, বৃত্তাকাৰ, ত্রিকোণ বা অসম আকৃতিৰ হ'ব নালাগে। ঘৰৰ মুখ্য দ্বাৰা সদায় বর্গাকৃতিৰ হ'ব লাগে । 

ঘৰৰ মুখ্য দ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত শব্দ হ'ব নালাগে । ঘৰৰ প্ৰতিখন দৰ্জা সম আকৃতিৰ হ'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ