--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন সজাই-পৰাই ধুনীয়াকৈ ৰাখিবলৈ সকলোৱে ভালপায়। গছ-গছনিৰেও বহুতে ঘৰ সজাই ৰাখে। ঘৰৰ সৌন্দৰ্যৰ বাবে নতুন ধৰণৰ শ্ব’পিছ লগাই দিয়ে। কিন্তু বহু সময়ত ঘৰ সজাই তোলাৰ প্ৰক্ৰিয়াত বাস্তুৰ কিছুমান গুৰুত্বপূৰ্ণ কথা মানুহে আওকাণ কৰে। এনে অৱস্থাত ঘৰখনত বাস্তুদোষৰ সৃষ্টি হ’বলৈ ধৰে। বাস্তুৰ মতে ঘৰত ৰখা সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পৰে। এনে অৱস্থাত ঘৰত ইতিবাচক শক্তি  বৃদ্ধি কৰিবলৈ ঘৰত ফুল ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰত সতেজ ফুল ৰাখিলে ধনাত্মক শক্তিৰ প্ৰৱাহ হয়। একে সময়তে মানুহে প্ৰগতিৰ পথত খোজ দিয়ে আৰু ঘৰৰ পৰিবেশটো সুখদায়ক হৈ পৰে। আজি আমি সতেজ গোলাপ পাহিৰ কথা ক’বলৈ ওলাইছো। বাস্তুত গোলাপ পাহিক অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। এই গুৰুত্বৰ বিষয়ে জানো আহক।

বাস্তুৰ মতে, আপুনি ঘৰত ৰুম ফ্ৰেছনাৰ আৰু পাৰফিউম আদি ব্যৱহাৰ কৰে যাতে ঘৰটো সুগন্ধিময় হৈ থাকে আৰু পৰিবেশটো শান্ত হৈ থাকে। কিন্তু সকলোতকৈ ভাল কথাটো হ’ল গোলাপ পাহি ব্যৱহাৰ কৰাটোৱেই ভাল। সতেজ গোলাপ ফুলৰ গোন্ধযুক্ত পাহি ঘৰত ৰাখি ইতিবাচক শক্তি সংবহন কৰিব পাৰি। এনে কৰিলে পৰিয়ালৰ সদস্যসকলৰ মনত শান্তি জাগি উঠে। ইয়াৰ লগতে ব্যক্তিজনক মানসিক চাপৰ পৰা মুক্ত কৰাত সহায় কৰে।

ঘৰত গোলাপ পাহি ৰাখিবলৈ ৰাতিপুৱা কাঁচৰ বাটি এটাত পানী ভৰাই গোলাপ পাহি দি এনে ঠাইত ৰাখিব লাগে যাতে বাহিৰৰ পৰা শুদ্ধ বতাহ সোমাই আহে। এনেদৰে এই সুগন্ধি ঘৰত সম্পূৰ্ণৰূপে বিয়পি পৰিব আৰু আপোনাৰ ঘৰ সতেজতাৰে ভৰি পৰিব। এনে কৰিলে ঘৰত ইতিবাচক শক্তি ভৰি পৰিব আৰু পৰিয়ালটোত এক সুখৰ পৰিবেশৰ সৃষ্টি হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ