--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: কল এবিধ অতি পুষ্টিকৰ ফল। বহুতে নিয়মিতভাৱে জলপানৰ বাবে কল খায়। কিন্তু এই কল ঘৰত বেছি দিন ৰাখিব নোৱাৰি। কাৰণ তেতিয়া কলটো ক’লা হৈ পৰে। আকৌ প্ৰতিদিনে বজাৰলৈ যোৱাৰ পৰিস্থিতি কাৰো নাই। গতিকে কি কৰিব?কেইটামান নিয়ম মানি চলি কল পকাৰ সময় বঢ়াব পাৰি। অৰ্থাৎ বহুদিন ঘৰত থৈ দিলেও কল পকিব নোৱাৰে। সেই ক্ষেত্ৰত কি কৰিব লাগে? ইয়াৰ ৬ টা টিপছ জানো আহক-

১) কম পকা কল কিনিব: কম পকা কল কিনিব। অৰ্থাৎ সেউজীয়া দেখিলেই কল কিনিব লাগে। বহুদিনলৈ থৈ দিব পাৰে।

২) পৃথককৈ ৰাখক : কল কিবা বেলেগ সামগ্ৰীৰ লগত লাগি থাকিলে সোনকালে পকি যায়। এই সমস্যা কম কৰিবলৈ কল ওলোমাই থ’ব লাগে। ই আৰু বেছি দিন ভালে থাকিব।

৩) ফ্ৰীজত ৰাখিব পাৰে: কল পকিবলৈ আৰম্ভ কৰিলে ফ্ৰীজত ৰাখিব পাৰে। তেনে ক্ষেত্ৰত কল কলা হোৱাৰ পৰা বহু দিন ৰক্ষা কৰিব পাৰে।

৪) আন ফলৰ লগত নাৰাখিব: আন ফলৰ লগতো কল সোনকালে পকি যায়। গতিকে আন ফলৰ লগত কল নাৰাখিব। এই ফল বেছি দিন ভালে থাকিব।

৫) মুকলি ঠাইত ৰাখিব: কল বেগ বা পাত্ৰত ৰাখিব নালাগে। বৰঞ্চ এই ফলটো মুকলি ঠাইত ৰাখিব লাগে। বতাহ বলিব। আৰু কল কেইবাদিনো সতেজ হৈ থাকিব।

৬) কলৰ ঠাৰি ঢাকি ৰাখিব: কল সতেজ কৰি ৰখাৰ বাবে এইটোৱেই আটাইতকৈ ফলপ্ৰসূ উপায়। কলৰ ঠাৰি ঢাকি দিব। এলুমিনিয়াম ফয়েল বা প্লাষ্টিকেৰে ঢাকিলে কল বেছি দিন টিকি থাকিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’