--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ পৰিষ্কাৰ কৰাৰ বাবে যিবোৰ আহিলাৰ প্ৰয়োজন হয় সেই আহিলাবোৰৰ ভিতৰত অন্যতম হৈছে ঝাড়ু। ঝাড়ু অবিহনে আমি ঘৰ পৰিষ্কাৰ কৰিব নোৱাৰোঁ। সেয়ে ঝাড়ু ঘৰ এখনৰ এৰাব নোৱাৰা অংগ। অৱশ্যে ঝাড়ু কেতিয়াও চকুৰ সন্মুখত ৰাখিব নালাগে। ঝাড়ুৰে যিহেতু আৱৰ্জনা আদি পৰিষ্কাৰ কৰা হয় সেয়ে ঝাড়ুৰ পৰা অনবৰতে অশুভ শক্তি নিৰ্গত হৈ থাকে। 

ঝাড়ু যদি চকুত পৰা ঠাইত ৰখা হয় তেন্তে সেই অশুভ শক্তিয়ে মানুহৰ মনৰ ওপৰত ক্ৰিয়া বিস্তাৰ কৰিব পাৰে। সেইবাবে ফেংছুইয়ে ঝাড়ু সদায় চকুৰ আঁতৰ কৰি ৰখাৰ বিধান দিছে। ঝাড়ুসদায় বিছনাৰ তল অথবা ঘৰৰ কোনো চুকত ৰাখিলে সেয়া চকুৰ আৰ হৈ থাকে। 

ঝাড়ু যদি চকুত পৰা ঠাইত ৰখা হয় তেন্তে ঘৰৰ সমৃদ্ধিত বাধাৰ সৃষ্টি হয় আৰু পৰিয়ালৰ সদস্যসকল বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হোৱাৰ আশংকা থাকে। ৰাতি যদি ঝাড়ু ঘৰৰ প্ৰধান দুৱাৰৰ বাহিৰত ওলোটাকৈ ৰাখে তেন্তে সেয়া ফেংছুইৰ মতে শুভ ফলদায়ক। 

অৱশ্যে দিনৰ ভাগত ঝাড়ু কেতিয়াও ঘৰৰ বাহিৰত ৰাখিব নালাগে । দিনৰ ভাগত ঝাড়ু ঘৰৰ বাহিৰত ৰাখিলে ঘৰৰ সৌভাগ্য তথা সমৃদ্ধি ঘৰৰ বাহিৰলৈ ওলাই যায় বুলি কোৱা হয়৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে