--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞান, প্ৰজ্ঞা, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা ভগৱান গণেশৰ উৎসৱ কাইলৈ অৰ্থাৎ ৩১আগষ্টত উদযাপন হ'ব। কাইলৈ সমগ্ৰ দেশজুৰি গণেশ চতুৰ্থী পালন কৰা হ'ব। ভাদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়।  এই তাৰিখটো ভগৱান গণেশৰ নামত উচৰ্গা কৰা হৈছে, এই দিনটোতে গণপতি বাপ্পাৰ জন্মদিন উদযাপন কৰা হয়।  হিন্দু শাস্ত্ৰ অনুসৰি গণপতি বাপ্পাৰ জন্ম হৈছিল ভাদ্ৰপদ মাহৰ শুক্ল পক্ষ চতুৰ্থী তিথিত।

 গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হোৱাৰ পিছত সম্পূৰ্ণ ১০ দিনৰ বাবে গণেশ উৎসৱ উদযাপন কৰা হয়।  গণেশ চতুৰ্থী তিথিৰ দিনা মানুহে শুভ সময়ত ভগৱান গণেশক নিজৰ ঘৰত প্ৰতিষ্ঠা কৰে।  ভক্তসকলে ১০ দিন ৰীতি-নীতি অনুসৰি বিঘ্নহৰ্ত গণেশক পূজা কৰে আৰু দশম দিনা তেওঁৰ মূৰ্তি পবিত্ৰ নদী, হ্ৰদ বা সাগৰত বিসৰ্জন কৰে।

ভাৰতত গণেশোৎসৱ অতি ধুমধামেৰে পালন কৰা হয়।  গণেশ চতুৰ্থীৰ মহিমা সকলোতে দেখা যায়।  গণেশ চতুৰ্থীৰ দিনা ব্ৰত ৰাখি মানুহে তেওঁক পূজা কৰে।

গণেশৰ বাহন নিগনি। গণেশ চতুৰ্থীৰ দিনা নিগনি দেখিলে কি হয় জানেনে?

গণেশ চতুৰ্থীৰ দিনা যদি নিগনি এটা ঘৰৰ পৰা ওলাই যোৱা দেখা পায়, তেন্তে ই শুভ লক্ষণ।  জ্যোতিষশাস্ত্ৰৰ মতে, নিগনি ওলাই যোৱা দেখা মানে নিগনিটোৱে ঘৰখনৰ দৰিদ্ৰতা, অপায়-অমংগল নিজৰ লগত লৈ যায় আৰু ঘৰখনত এৰি থৈ যায়   সুখ, শান্তি আৰু সমৃদ্ধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক