--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণত সংবিধানত উল্লেখিত বহুত্ববাদে বিশেষভাৱে স্থান লাভ কৰে।

"ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য হিচাপে সফল হৈছে কাৰণ বিভিন্ন ধৰ্ম আৰু ভাষাই আমাক বিভক্ত কৰা নাই। ই আমাক একত্ৰিতহে কৰিছে।’’- ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।

বি আৰ আম্বেদকাৰক সুঁৱৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত চাৰে সাত দশকত ভাৰতীয় গণতন্ত্ৰৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয়- "সংবিধান প্ৰস্তুতকৰ্তাসকলৰ দৃষ্টিভংগীয়ে ভাৰতক এখন দৰিদ্ৰ আৰু নিৰক্ষৰ দেশৰ পৰা আত্মবিশ্বাসী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছে।’’

দ্ৰৌপদীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিকো প্ৰশংসা কৰিছে। তেওঁ কয়, "শিক্ষাক সময়সাপেক্ষ কৰি তোলা আৰু একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত নতুন শিক্ষা নীতি কাৰ্যকৰী হ'ব।" ৰাষ্ট্ৰপতিয়ে দেশ নিৰ্মাণত কৃষক, শ্ৰমিক, চিকিৎসক, টেকনিচিয়ান আৰু সেনা আৰু সীমান্ত ৰক্ষী বাহিনীয়ে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে।

অৰ্থনীতিত দেশৰ সফলতাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মহামাৰীৰ পৰিস্থিতিৰ পিছত চৰকাৰৰ সময়মতে লোৱা পদক্ষেপে দেশখনক দ্ৰুতগতিত বিকাশশীল অৰ্থনৈতিক শক্তিলৈ পৰিণত কৰিছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক